ETV Bharat / state

কয়লাখনিত মৃত্যু হোৱা শ্ৰমিকৰ বাসগৃহত উপস্থিত ছিদ্দিক আহমেদ - পূব জয়ন্তীয়া পাহাৰীয়া জিলা

মেঘালয়ৰ কয়লাখনিত প্ৰাণ যোৱা চাৰিজনকৈ শ্ৰমিকৰ ৰাতাবাৰীস্থিত বাসগৃহত আজি উপস্থিত হয় প্ৰাক্তন মন্ত্ৰী ছিদ্দিক আহমেদ ৷ মন্ত্ৰী গৰাকীয়ে নিহতসকলৰ পৰিয়াললৈ সমবেদনা জ্ঞাপন কৰাৰ লগতে নিহত সকলৰ পৰিয়ালক আৰ্থিক ভাৱে সহায় কৰা হ'ব বুলি মন্তব্য কৰে প্ৰাক্তন মন্ত্ৰী গৰাকীয়ে ৷

karimganj situation visit siddik ahmed_
কয়লাখনিত মৃত্যু যোৱা শ্ৰমিকৰ বাসগৃহত উপস্থিত ছিদ্দিক আহমেদ
author img

By

Published : Jan 25, 2021, 1:03 PM IST

Updated : Jan 25, 2021, 1:57 PM IST

কৰিমগঞ্জ,25জানুৱাৰী: মেঘালয়ত কয়লা খনিত কৰ্মৰত অৱস্থাত প্ৰাণ যোৱা চাৰিজনকৈ অসমীয়া শ্ৰমিকৰ ৰাতাবাৰীস্থিত নিজ বাসগৃহত আজি উপস্থিত হয় প্ৰাক্তন মন্ত্ৰী ছিদ্দিক আহমেদ ৷ নিহত সকলৰ বাসগৃহত উপস্থিত হৈ মন্ত্ৰী গৰাকীয়ে সমবেদনা জ্ঞাপন কৰাৰ লগতে নিহত সকলৰ পৰিয়ালক আৰ্থিক ভাৱে সহায় কৰা হ'ব বুলি মন্তব্য কৰে ৷

karimganj situation visit siddik ahmed_
কয়লাখনিত মৃত্যু হোৱা শ্ৰমিকৰ বাসগৃহত উপস্থিত ছিদ্দিক আহমেদ

উল্লেখ্য যে,বৃহস্পতিবাৰে মেঘালয়ৰ পূব জয়ন্তীয়া পাহাৰীয়া জিলাৰ ডেইনচালুলো অঞ্চলত কয়লাৰ খনিত কাম কৰি থাকোতে ক্ৰেনৰ চেপাত মৃত্যু হৈছিল চাৰিজনকৈ অসমীয়া শ্ৰমিকৰ ৷ নিহত কেইজন কৰিমগঞ্জ জিলাৰ ৰাতবাৰী সমষ্টিৰ জালাবাদৰ জিলাল উদ্দিন,মিক দিলৱাৰ হুছেইন,আলি হুছেইন আৰু মকবুল হুছেইন ৷ কয়লাৰ গাঁতত কাম কৰি থকাৰ সময়তে ক্ৰেনৰ চেপাত প্ৰায় 200 ফুট তলত চাৰিওজন শ্ৰমিক সোমাই যায় আৰু মৃত্যু হয় চাৰিওজনৰে ৷

অন্য এক খবৰৰ বাবে: ভাৰতীয় জনতা পাৰ্টী এটা মিছলীয়া পাৰ্টী:বিকাশ উপাধ্যায়

Last Updated : Jan 25, 2021, 1:57 PM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.