ETV Bharat / state

কৰিমগঞ্জত এমজিএনৰেগাৰ নামত ব্যাপক দুৰ্নীতি

কৰিমগঞ্জৰ লোৱাইৰপোৱা খণ্ড উন্নয়ন কাৰ্যালয়ৰ অধীনস্থ ডেংগাৰবন্ধ জিপিত প্ৰায় 6 মাহ পূৰ্বে পুখুৰী নিৰ্মানৰ দায়িত্ব লাভ কৰিছিল ডেংগাৰবন্ধ জিপিৰ হৰিবাচৰ গাঁওৰ ৰজত চন্দ নামৰ এগৰাকী যুৱকে ৷ যাৰ বাবে আৱন্টন দিয়া হৈছিল প্ৰায় 1 লাখ 9 হাজাৰ টকা ৷ কিন্তু কেইবামাহো অতিবাহিত হোৱাৰ পিছতো প্ৰাপ্য ধন নাপাই যুৱকজনে বিডিওৰ ওচৰত অভিযোগ উত্থাপন কৰে ৷

author img

By

Published : Jan 20, 2020, 10:51 PM IST

karimganj MGNREGA scam
কৰিমগঞ্জত এমজিএনৰেগাৰ নামত ব্যাপক দুৰ্নীতি

কৰিমগঞ্জ,20 জানুৱাৰীঃ চৰকাৰী পুঁজি আৱন্টন জিয়াৰ প্ৰলোভন দেখুৱাই হিতাধিকাৰীৰ টকা আত্মসাৎ ৷ অভিযুক্ত অধিকাৰী আৰু বিজেপিৰ আঞ্চলিক সদস্যৰ বিৰুদ্ধে গোচৰ ৰুজু যুৱকৰ ৷ উল্লেখ্য যে, কৰিমগঞ্জৰ লোৱাইৰপোৱা খণ্ড উন্নয়ন কাৰ্যালয়ৰ অধীনস্থ ডেংগাৰবন্ধ জিপিত প্ৰায় 6 মাহ পূৰ্বে পুখুৰী নিৰ্মানৰ দায়িত্ব লাভ কৰিছিল ডেংগাৰবন্ধ জিপিৰ হৰিবাচৰ গাঁওৰ ৰজত চন্দ নামৰ এগৰাকী যুৱকে ৷ যাৰ বাবে আৱন্টন দিয়া হৈছিল প্ৰায় 1 লাখ 90 হাজাৰ টকা ৷ কিন্তু কেইবামাহো অতিবাহিত হোৱাৰ পিছতো প্ৰাপয ধন নাপাই যুৱকজনে বিডিওৰ ওচৰত অভিযোগ উত্থাপন কৰে ৷ আনহাতে, কিছুদিন পিছত যুৱকজনে জানিব পাৰে যে পুখুৰীৰ নামত আৱন্টিত ধন জৱকাৰ্ডৰ জৰিয়তে উঠাই লোৱা হৈছে ৷ পৰৱৰ্তী সময়ত উপায়ন্তৰ হৈ যুৱকজনে বিডিও সুৰজিত দাস, JE সাজাহান আহমেদ আৰু বিজেপিৰ নিৰ্বাচিত আঞ্চলিক পঞ্চায়তৰ সদস্য মনিৰাজ কুৰ্মীৰ বিৰুদ্ধে কৰিমগঞ্জ আদালতত গোচৰ ৰুজু কৰে ৷

উল্লেখযোগ্য যে, এটাৰ পিছত আন এটা দুৰ্নীতিৰ অভিযোগত সংবাদ শিৰোনাম দখল কৰি আহিছে কৰিমগঞ্জৰ লোৱাইৰপোৱা উন্নয়ন খণ্ড কাৰ্যালয়ে ৷ তেনেস্থলত এই কেলেংকাৰীৰ বিৰুদ্ধে প্ৰশাসন তথা সংশ্লিষ্ট বিভাগে কেনেধৰণৰ ব্যৱস্থা গ্ৰহণ কৰে সেইয়া লক্ষণীয় হ’ব ৷

লগতে পঢ়ক-অৱশেষত ডেজিগনেটেড কেম্পত আহি উপস্থিত এনডিএফবি (এছ)ৰ সভাপতি সম্পাদক

Intro:

Body:SLUG---MGNREGA CORRUPTION

সৰকাৰি পুঁজি আৱণ্টন দিয়াৰ প্ৰলোভন দেখুৱাই হিতাধিকাৰীৰ টকা আত্মসাত কৰিলে ভিডিও, জেই অধিকাৰীক আৰু বিজেপিৰ এজন আঞ্চলিক পঞ্চায়ত সদস্যই এ অভিযোগ উত্থাপন কৰি আদালতত গোচৰ তৰিলে এগৰাকী যুৱকে। ঘটনা কৰিমগঞ্জৰ লোৱাইৰপোৱা খণ্ড উন্নয়ন কাৰ্য্যালয়ৰ অধীনস্থ ডেংগাৰবন্ধ জিপিত।অভিযোগ অনুসৰি আজিৰ পৰা প্ৰায় 6 মাহ পূৰ্বে এমজিএনেৰেগা প্ৰকল্পৰ অধীনত অহা পুকুৰী নিৰ্মান কৰাৰ দায়িত্ব পাইছিল ডেংগাৰবন্ধ জিপিৰ হৰিবাচৰ গাঁওৰ ৰজত চন্দ নামৰ এগৰাকী যুৱকে।যাৰ বাবে বৰাদ্ব হৈছিল এক লাখ নৱয় হেজাৰ টকা।পিছে মাহৰ পিছৰ মাহ যোৱাৰ পিছতো কোন টকা না পাই বিজেপিৰ নেতা পালিনেতা আৰু ভিডিওৰ তাত অভিযোগ জনায় কিন্তু কোনে শুনে কাৰ কথা।পৰিৱৰ্তিত যুৱক জনে জানিবপাৰে এই পুকুৰীৰ নামত বৰাদ্ব অৰ্থ বহু লোকৰ জবকাৰ্ডৰ জৰিয়তে উঠাই লোৱা হৈছে।পিছে বাধ্য হৈ কৰিমগঞ্জৰ আদালতত ভিডিও সুৰজিত দাস, জেই সাহজাহান আহমেদ আৰু বিজেপিৰ নিৰ্বাচিত আঞ্চলিক পঞ্চায়ত সদস্য মনিৰাজ কুৰ্মীৰ বিৰুদ্ধে কৰিমগঞ্জ আদালতত গোচৰ ৰুজু কৰে।উল্লেখযোগ্য যে এটাৰ পাছত এটা দুৰ্নীতিৰ অভিযোগত সংবাদ শিৰোনামা দখল কৰি আছে কৰিমগঞ্জৰ লোৱাইৰপোৱা উন্নয়ন খণ্ড কাৰ্যালয়ৰ ।এক বৃহৎ কেলেংকাৰী অভিযোগ উত্থাপিত হৈছে আৰু এই খণ্ড উন্নয়ন কাৰ্যালয়ৰ বিৰুদ্ধে যদিও উপযুক্ত হলেহে পোহৰলৈ আহিব আচল সত্য।

Conclusion:
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.