ETV Bharat / state

কৰিমগঞ্জত ভয়াৱহ অগ্নিকাণ্ডঃ ভষ্মীভূত চাৰিটা ব্যৱসায়িক প্ৰতিষ্ঠান

কৰিমগঞ্জত মঙলবাৰে নিশা সংঘটিত ভয়ংকৰ অগ্নিকাণ্ডত ভস্মীভূত হয় ছটাকৈ ব্যৱসায়ীক প্ৰতিষ্ঠান ৷ বৰ্তমানলৈ জানিব পৰা হোৱা নাই অগ্নীকাণ্ডৰ কাৰণ ৷

author img

By

Published : Nov 27, 2019, 10:39 AM IST

karimganj fire incedent
কৰিমগঞ্জত ভয়াবহ অগ্নিকাণ্ড

কৰিমগঞ্জত, 27 নৱেম্বৰ : কৰিমগঞ্জৰ ধলছড়া পঞ্চায়তৰ অন্তৰ্গত সুনাতুলা বজাৰত মঙলবাৰে নিশা এক ৰহস্যজনক অগ্নিকাণ্ডৰ ঘটনা সংঘটিত হয় । অগ্নিকাণ্ডৰ ফলত ভষ্মীভূত হয় ছটাকৈ ব্যৱসায়ীক প্ৰতিষ্ঠান । মাজ নিশা সংঘটিত অগ্নিকাণ্ডৰ ঘটনাত সম্পূৰ্ণৰূপে ভষ্মীভূত হৈছে এখন গেলামালৰ দোকান, এটা মাছৰ গোদাম, এখন চেলুন আৰু এখন ব্ৰয়লাৰ ফাৰ্মৰ লগতে এখন কাপোৰৰ দোকান ।

স্থানীয় ৰাইজে বুধবাৰে পুৱা বহুবাৰ অগ্নি নিৰ্ব্বাপক বাহিনীৰ সৈতে যোগাযোগ কৰিবলৈ চেষ্টা কৰে যদিও কিন্তু কোনো এটা অগ্নি নিৰ্ব্বাপক বাহিনীৰ সৈতে যোগাযোগ সম্ভৱ নহয় ৷ অৱশেষত ৰাইজে নিজৰ চেষ্টাতে জুই নিৰ্বাপিত কৰিবলৈ সক্ষম হয় যদিও ইয়াৰ পূৰ্বে সকলো ধ্বংসস্তুপলৈ পৰিণত হয় । অগ্নিকাণ্ডৰ ফলত প্ৰায় 50 লাখ টকাৰ ক্ষয়-ক্ষতি হোৱাৰ আশংকা কৰা হৈছে । ইতিমধ্যে ঘটনাস্থলীত আৰক্ষীৰ লোক আহি উপস্থিত হৈছে যদিও অগ্নিকাণ্ডৰ প্ৰকৃত কৰাণ এতিয় নিশ্চিত কৰিব পৰা নাই ।

Intro:Body:SLUG : FIRE INCIDENT.

কৰিমগঞ্জৰ ধলছড়া পঞ্চায়তৰ অন্তৰ্গত  সুনাতুলা বজাৰত যোৱা  নিশা এক  ৰহস্যজনক অগ্নিকাণ্ডৰ ঘটনা সংঘটিত হৈছে  । অগ্নিকাণ্ডৰ ফলত ভষ্মিভুত হৈছে  ছটাকৈ ব্যবসায়ীক প্ৰতিষ্ঠান । মাজ নিশা সংঘটিত অগ্নিকাণ্ডৰ  ঘটনাত সম্পূৰ্ণ  ভষ্মিভুত হৈছে  এটা গেলামালৰ দোকান, এটা মাছৰ গোদাম, এটা চেলুন, এটা ব্ৰয়লাৰ ফাৰ্ম আৰু এটা কাপোৰৰ দোকান । স্থানীয় ৰাইজে পোৱাৰ ভাগত কেবাটাও অগ্নিনিৰ্ব্বাপক বাহিনীৰ সৈতে যোগাযোগ কৰি ব্যৰ্থ হৈ অবশেষত  ৰাইজৰ ততপৰতাত নিৰ্বাপিত কৰিবলৈ সক্ষম হৈছে যদিও ইয়াৰ পূৰ্বে সকলো ধ্বংশস্তুপলৈ পৰিনত হয়  । আৰু এই  অগ্নিকাণ্ডৰ ঘঠনাত ক্ষয় ক্ষতিৰ পৰিমাণ হব প্ৰায় পঞ্চাশ লাখ টকা । ইতিমধ্যে ঘঠনাস্থলীত আৰক্ষীৰ লোক আহি উপস্থিত হৈছে যদিও  অগ্নিকাণ্ডৰ প্ৰকৃত এতিয়াও ৰহস্যৰ আৱৰ্তত ।
আমিৰুল আলম সিদ্দেকী দক্ষিণ কৰিমগঞ্জ Conclusion:
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.