ETV Bharat / state

কৃষক বিৰোধী আইন বাতিলৰ দাবীত পাথাৰকান্দিত কংগ্ৰেছৰ প্ৰতিবাদ

author img

By

Published : Oct 10, 2020, 3:13 PM IST

কৃষক বিৰোধী আইন বাতিলৰ দাবীত সমগ্ৰ দেশত প্ৰতিবাদৰ জোৱাৰ উঠিছে ৷ বিতৰ্কিত এই আইন বাতিল কৰি কৃষকক সকাহ প্ৰদান কৰাৰ দাবীৰে শনিবাৰে কৰিমগঞ্জ জিলাৰ পাথাৰকান্দিত তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰে পাথাৰকান্দি ব্লক কংগ্ৰেছে ৷

karimganj congress protest
কৃষক বিৰোধী বিধেয়ক বাতিলৰ দাবীত পাথাৰকান্দিত কংগ্ৰেছৰ প্ৰতিবাদ

কৰিমগঞ্জ, 10 অক্টোবৰ : কৃষক বিৰোধী আইন বাতিলৰ দাবীত সমগ্ৰ দেশত প্ৰতিবাদৰ জোৱাৰ উঠিছে ৷ বিতৰ্কিত এই আইন বাতিল কৰি কৃষকক সকাহ প্ৰদান কৰাৰ দাবীৰে শনিবাৰে কৰিমগঞ্জ জিলাৰ পাথাৰকান্দিত তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰে পাথাৰকান্দি ব্লক কংগ্ৰেছে ৷ প্ৰতিবাদকাৰীসকলে কৃষক বিৰোধী আইন বাতিল কৰক, কৃষক বিৰোধী বিজেপি চৰকাৰ হুচিয়াৰ, বিজেপি চৰকাৰ গ' বেক আদি শ্ল'গানেৰে সমদল কৰি পৰিৱেশ উত্তাল কৰি তোলে ৷ উক্ত প্ৰতিবাদী কাৰ্যসূচীত অংশগ্ৰহণ কৰে কেবাগৰাকীও কংগ্ৰেছ নেতাসহ শতাধিক কংগ্ৰেছকৰ্মী ৷

লগতে পঢ়ক : গোলাঘাটত হাতী-মানুহৰ সংঘাত

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.