ETV Bharat / state

কৰিমগঞ্জত পিষ্টলসহ আটক দুজন

author img

By

Published : Nov 2, 2019, 10:59 PM IST

অভিযানত জব্দ ইংলেণ্ডত নিৰ্মিত পিষ্টলসহ ১১ জাই গুলী আৰু বুজন পৰিমাণৰ নিচা জাতীয় টেবলেট । লগতে সেনা আৰক্ষীয়ে আটক কৰে দুজন ব্যক্তিক

কৰিমগঞ্জত পিষ্টলসহ আটক দুজন

কৰিমগঞ্জ, 2 নৱেম্বৰঃ কৰিমগঞ্জত সেনা আৰক্ষীৰ অভিযান ৷ অভিযানত জব্দ ইংলেণ্ডত নিৰ্মিত পিষ্টলসহ ১১ জাই গুলী আৰু বুজন পৰিমাণৰ নিচা জাতীয় টেবলেট । লগতে সেনা আৰক্ষীয়ে আটক কৰে দুজন ব্যক্তিক । আটকাধীন ব্যক্তি দুগৰাকীৰ নাম জনৈক বাহাৰ উদ্দিন আৰু মতলুব আহমদে ৷

কৰিমগঞ্জত পিষ্টলসহ আটক দুজন

উল্লেখ্য যে, নিলামবজাৰৰ আব্দুল্লাপুৰ গাঁৱৰ জনৈক ৰেজোৱানুল কৰিমৰ ঘৰৰ পৰাই উদ্ধাৰ হয় আপত্তিজনক সামগ্ৰীখিনি । আনহাতে, আটক কৰা ব্যক্তি দুজন নিচা জাতীয় টেবলেট আৰু অবৈধ মাৰাণাস্ত্ৰ ব্যৱসায়ৰ লগত জড়িত থকাৰ সন্দেহ প্ৰকাশ কৰিছে আৰক্ষীয়ে ৷

Intro:Body:BIG BREAKING .......কৰিমগঞ্জত সেনা আৰক্ষীৰ অভিযান জব্দ ইংল্যান্ডত নিমৃত পিস্তল , ১১ জাই গুলি । বুজন পৰিমানৰ নেচা জাতীয় টেবলেট । লগতে দুজনক গ্ৰেপ্তাৰ কৰে । নিলামবজাৰৰ আব্দুল্লাপুৰ গাঁওৰ জনৈক ৰেজোৱানুল কৰিমৰ ঘৰৰ পৰা উদ্ধাৰ হয় সামগ্ৰী । জনৈক বাহাৰ উদ্দিন আৰু মতলুব আহমদে সেই সামগ্ৰী আনি থৈছিল । আৰক্ষী আৰু সেনাবাহিনীয়ে দুই যুৱকক গ্ৰেপ্তাৰ কৰে ।
নেছা জাতীয় টেবলেটৰ লগতে আগ্নেয়াস্ত্ৰৰ চোৰাং বেপাৰ আৰম্ভ হৈছে এয়া নিশ্চয়কৈ কৱ লাগিব ।
আমিৰুল আলম সিদ্দেকী দক্ষিণ কৰিমগঞ্জ Conclusion:
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.