ETV Bharat / state

কৰিমগঞ্জ বদৰপুৰত আজৱ ঘটনা : পানীৰ বিপৰীতে দমকলৰ পৰা ওলাল জুই

author img

By

Published : Mar 12, 2022, 8:24 PM IST

কৰিমগঞ্জৰ বদৰপুৰত আজৱ ঘটনা ৷ পানীৰ ঠাইত দমকলৰ পৰা হঠাৎ ওলাল জুই (Fire on water pump at Karimganj ) ৷

fire-on-water-pump-at-karimganj
কৰিমগঞ্জ বদৰপুৰত আজৱ ঘটনা : পানীৰ বিপৰীতে দমকলৰ পৰা ওলাল জুই

কৰিমগঞ্জ, 12 মাৰ্চ : কৰিমগঞ্জৰ বদৰপুৰত সংঘটিত হৈছে এক আজৱ ঘটনা (Fire on water pump at Karimganj) । বদৰপুৰৰ হাসানপুৰ গাঁৱত শনিবাৰে চৰকাৰী পানীৰ পাম্পৰ বৰিং কৰিছিল এজন ঠিকাদাৰে ৷ নিতৌ পানী ওলোৱা দমকলটোৰ পৰা নিশা হঠাৎ জুই ওলোৱা প্ৰত্যক্ষ কৰাত আতংকিত হৈ পৰে স্থানীয় ৰাইজ ৷ ইয়াৰ পিছতে বিভাগীয় কতৃপক্ষক এই সন্দৰ্ভত খবৰ দিয়াত ঘটনাস্থলীত উপস্থিত হৈ জুই নিৰ্বাপন কৰিবলৈ সক্ষম হয় ৷

যদিও ভৱিষ্যতে পুনৰ জুই লগাৰ সম্ভাৱনা আছে বুলি কতৃপক্ষই জানিবলৈ দিয়ে ৷ এই খবৰ লাভ কৰাৰ পিছতে বদৰপুৰ খণ্ড উন্নয়ন বিষয়া ঘটনাস্থলীত উপস্থিত হয় ৷ কৰিমগঞ্জ জিলা প্ৰশাসনৰ (Karimganj District Administration) নিৰ্দেশমৰ্মে ONGC কৰ্মীসকলে সাধাৰণ মানুহৰ প্ৰৱেশ বন্ধ কৰি তদন্ত চলাইছে (Investigation of ONGC workers in Badarpur) ৷ উল্লেখ্য যে, এই ঘটনাৰ পিছতে উক্ত এলেকাত তেলৰ উৎস আছে নেকি বুলিও সন্দেহ প্ৰকাশ কৰিছে একাংশ ৰাইজে
লগতে পঢ়ক : কাজিৰঙা ৰাষ্ট্ৰীয় উদ‍্যানৰ এনিমেল ক'ৰিড'ৰৰ উচ্ছেদ সম্পৰ্কে বনমন্ত্ৰীৰ প্ৰতিক্ৰিয়া

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.