ETV Bharat / state

কৰিমগঞ্জত বিজেপি আৰু কংগ্ৰেছ কৰ্মীৰ মাজত হতাহতি - লাঠীৰেও চলে প্ৰহাৰ

প্ৰাক্তন কংগ্ৰেছী মন্ত্ৰী চিদ্দিক আহমেদ আৰু বিজেপি কৰ্মীসকলৰ মাজত হতাহাতি ৷ ঘটনাক কেন্দ্ৰ কৰি সৃষ্টি হয় এক উত্তেজনাপূৰ্ণ পৰিস্থিতি ৷

কৰিমগঞ্জত উত্তেজনাপূৰ্ণ পৰিস্থিতি
কৰিমগঞ্জত উত্তেজনাপূৰ্ণ পৰিস্থিতি
author img

By

Published : Dec 12, 2019, 8:55 AM IST

কৰিমগঞ্জ, 12 ডিচেম্বৰ: দক্ষিণ কৰিমগঞ্জত বিজেপি আৰু কংগ্ৰেছৰ কৰ্মীৰ মাজত হতাহাতিৰ অভিযোগ । অভিযোগ মতে, প্ৰাক্তন মন্ত্ৰী চিদ্দিক আহমেদৰ বাহনক লক্ষ্য কৰি বিজেপি কর্মীসকলে ফটকা নিক্ষেপেৰে পথত আবদ্ধ কৰি ৰখাৰ চেষ্টা কৰা ঘটনাক লৈ উত্তেজনাপূৰ্ণ পৰিস্থিতিৰ সৃষ্টি হয় ৷

এক উত্তেজনাপূৰ্ণ পৰিস্থিতি কৰিমগঞ্জত

পৰিণতিত প্ৰাক্তন মন্ত্ৰী চিদ্দিক আহমেদ আৰু বিজেপি কৰ্মী সকলৰ মাজত আৰম্ভ হয় হতাহাতি ৷ ফলত নিলাম বজাৰ ঘাইপথত এক অগ্নিগৰ্ভ পৰিস্থিতিৰ উদ্ৰেক হয় ৷ উভয় পক্ষৰ মাজত লাঠীৰেও চলে প্ৰহাৰ ৷ পৰৱৰ্তী সময়ত নিলাম বজাৰ আৰক্ষী আৰু স্থানীয় ৰাইজৰ তৎপৰতাত পৰিস্থিতি নিয়ন্ত্ৰণলৈ আহে ৷

লগতে পঢ়ক: কেবৰ বিৰুদ্ধে প্ৰতিক্ৰিয়া প্ৰকাশ প্ৰাক্তন মন্ত্ৰী চিদ্দিক আহমেদৰ

Intro:Body:নাগৰিকত্ব সংশোধনী বিধেয়ক দক্ষিণ কৰিমগঞ্জত বিজেপি আৰু কংগ্ৰেছের মাজত হাতাহাতি। প্রাক্তন মন্ত্রী সিদ্দেকে আহমেদৰ বাহনক লক্ষ করি বিজেপি কর্মীদেৰ বোম নিক্ষেপ কৰে জাতীৱ সড়কত আটকানোর চেষ্টা কৰা ঘটনা লৈ দেখা দেৱ এক উত্তেজনাকৰ পরিস্হিতি।
প্রাক্তন মন্ত্রী সিদ্দেকে আহমেদৰ সমর্থক আৰু বিজেপি নেত্রী শিপ্রা গুণৱ সমর্থকদের মাজত শুরু হৰ হাতাহাতি। এতে নিলামবাজার জাতীয় সড়কে সৃষ্টি হয় অগ্নিগৰ্ভ পরিস্হিতি। উভৱ মাজত একাংশ লাঠি লৈ শুরু হয় আক্ৰমণ। শেষ পর্যন্ত নিলামবাজাৰ আরক্ষী আৰু স্থানীয় সচেতন ৰইজৰ হস্তক্ষেপত পৰিস্থিতি নিয়ন্ত্ৰণত আহে।
আমিৰুল আলম সিদ্দেকী দক্ষিণ কৰিমগঞ্জ Conclusion:
ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.