কৰিমগঞ্জ, 2 জুলাই : প্ৰাক্তন মন্ত্ৰী ছিদ্দিক আহমেদৰ ভাৱমূৰ্তি নষ্ট কৰিছে অগপ, বিজেপি, এ আই ইউ ডি এফ দলে । বিজেপিত যোগ দিব বুলি ওলোৱা বাতিৰক লৈ এই মন্তব্য প্ৰাক্তন মন্ত্ৰীগৰাকীৰ ৷ অলপতে, ছিদ্দিক আহমেদে বিজেপিত যোগদান কৰিব বুলি প্ৰকাশ হৈছিল বাতৰি ৷ এইয়া কোনো দুষ্টচক্ৰৰ কাম বুলি উল্লেখ কৰে প্ৰাক্তন মন্ত্ৰীগৰাকীয়ে ৷ লগতে, বিজেপি বা অন্য দললৈ যোৱাৰ কোনো পৰিকল্পনা নাও বুলিও তেও জনায় ৷
বিজেপিত যোগদান নকৰে ছিদ্দিক আহমেদে
অগপ, বিজেপি, এ আই ইউ ডি এফ দলে ভাৱমূৰ্তি নষ্ট কৰিছে প্ৰাক্তন মন্ত্ৰীগৰাকীৰ
বিজেপিত যোগদান নকৰে ছিদ্দিক আহমেদে
কৰিমগঞ্জ, 2 জুলাই : প্ৰাক্তন মন্ত্ৰী ছিদ্দিক আহমেদৰ ভাৱমূৰ্তি নষ্ট কৰিছে অগপ, বিজেপি, এ আই ইউ ডি এফ দলে । বিজেপিত যোগ দিব বুলি ওলোৱা বাতিৰক লৈ এই মন্তব্য প্ৰাক্তন মন্ত্ৰীগৰাকীৰ ৷ অলপতে, ছিদ্দিক আহমেদে বিজেপিত যোগদান কৰিব বুলি প্ৰকাশ হৈছিল বাতৰি ৷ এইয়া কোনো দুষ্টচক্ৰৰ কাম বুলি উল্লেখ কৰে প্ৰাক্তন মন্ত্ৰীগৰাকীয়ে ৷ লগতে, বিজেপি বা অন্য দললৈ যোৱাৰ কোনো পৰিকল্পনা নাও বুলিও তেও জনায় ৷
Intro:Body: Sulg- Ex minister Siddique Ahmed deny to join AGP
বিজেপি-অগপত যোগদান দিয়াৰ খবৰলৈ ক্ষোব্দ প্ৰাক্তন মন্ত্ৰী ছিদ্দিক আহমদ । কলে ভাবমুৰ্তি নষ্ট কৰিবলৈ চক্ৰান্ত ৰচিছে অগপ, বিজেপি , এআইইউডিএফ দলে ।
বিজেপিত যোগ দিব কংগ্ৰেছৰ প্ৰাক্তন মন্ত্ৰী ছিদ্দিক আহমদে । এনে খবৰ প্ৰকাশ পাইছিল সংবাদ মাধ্যমত । সেই মিছা সংবাদৰ ৰাশ কটাৰ আগতে অগপত যোগ দিব কংগ্ৰেছ নেতা ছিদ্দিক আহমদ এনে বাতৰিয়ে ক্ষুব্দ কৰি তুলিছে কংগ্ৰেছ নেতা ছিদ্দিক আহমদক । এক সংবাদমেল পাতি কলে ।।।।।।।।।।।।। এয়া তেওৰ বিৰুদ্ধে চক্ৰান্ত । দুষ্ট চক্ৰৰ কাম এয়া । অগপত যোৱাৰ কোনো ইচ্ছা প্ৰকাশ কৰা নাই । ইচ্ছা প্ৰকাশ কৰা নাছিল বিজেপিৰ ক্ষেত্ৰত । এনে মিছলিয়া সংবাদ কেৱল মাত্ৰ ভাবমুৰ্তি নষ্ঠ কৰাৰ বাবে । অগপত যদি যোগ দিয়াৰ বাবে যদি ইচ্ছা প্ৰকাশ কৰিছিল ইয়াৰ প্ৰমান দিয়াৰ দাবি জনায়।
(আমিৰুল আলম সিদ্দেকী দক্ষিণ কৰিমগঞ্জ)
Conclusion: