ETV Bharat / state

দক্ষিণ কৰিমগঞ্জত মহামাৰীৰ ৰূপত জাপানীজ এনকেফেলাইটিছ , এইপৰ্যন্ত ৩ জনৰ মৃত্যু

author img

By

Published : Jun 23, 2019, 9:11 AM IST

মৃত্যু হোৱা তিনিওজন যুৱক কিছুদিন পূৰ্বে মিজোৰামৰ পৰা আক্ৰান্ত হৈ আহিছিল । যুৱক কেইজনৰ মৃত্যুৰ পিচৰে পৰা গাঁওখনৰ প্ৰতি ঘৰতেই জ্বৰৰ প্ৰদুৰ্ভাৱ দেখিবলৈ পোৱা গৈছে ।

দক্ষিণ কৰিমগঞ্জত এনকেফেলাইটিছৰ ত্ৰাস , ৩ জনৰ মৃত্যু

দক্ষিণ কৰিমগঞ্জ , ২৩ জুন: বিহাৰৰ পাচত এইবাৰ এনকেফেলাইটিছৰ কৱলত পৰিছে অসমৰ কৰিমগঞ্জ জিলাখন । বিশেষকৈ কৰিমগঞ্জ জিলাৰ , দক্ষিণ কৰিমগঞ্জ বিধানসভা সমষ্টিৰ অন্তৰ্গত খাগাইল গাঁৱত মহামাৰী ৰূপ ধাৰণ কৰিছে এনকেফেলাইটিছ ৰোগে ।

বিগত এসপ্তাহৰ ভিতৰত উক্ত গাওঁখনত ৩ জন যুৱকৰ মৃত্যু হৈছে । ইতিমধ্যে এই ভাইৰাচ জনিত ৰোগত আক্ৰান্ত হৈছে বহু কেইজন লোক । এই সংক্ৰমনকাৰী ৰোগৰ কৱলত মৃত্যু হোৱা যুৱক কেইজন ক্ৰমে তাজ উদ্দিন, গুলেনুৰ হুছেইন আৰু ছাহিন আহমেদ । তিনিওজন যুৱক কিছুদিন পূৰ্বে মিজোৰামৰ পৰা আক্ৰান্ত হৈ আহিছিল । আৰু যুৱক কেইজনৰ মৃত্যুৰ পিচৰে পৰা গাঁওখনৰ প্ৰতি ঘৰতেই জ্বৰৰ প্ৰদুৰ্ভাৱ দেখা দিছে । প্ৰতি ঘৰতেই বহুকেজন লোক বৰ্তমান এই ৰোগত আক্ৰান্ত হৈ পৰিছে । এই ঘটনাকলৈ এতিয়া সমগ্ৰ গাঁওখনতে আতংঙ্কময় পৰিৱেশে বিৰাজ কৰিছে । উল্লেখ্য যে আক্ৰান্ত লোক সকলৰ শৰীৰত অধিক তাপ (১০৩/১০৪ ডিগ্ৰী পযন্ত) , মূৰৰ বিষ আৰু শ্বাস কষ্টও দেখা দিয়ে ।

Intro:script :
কৰিমগঞ্জ জিলাৰ দক্ষিণ কৰিমগঞ্জৰ বিধানসভা সমষ্টিৰ অন্তৰ্গত খাগাইল গাঁওত মহামাৰী ৰূপ ধাৰণ কৰিছে এনকেফেলাইটিছ এ । সপ্তাহৰ ভিতৰত গাঁওখনত মৃত্যু হৈছে তিনিজন যুৱকৰ । মৃত্যু হৈছে তাজ উদ্দিন , গুলেনুৰ হুছেইন নামৰ যুৱকৰ আৰু যোৱা কালি মৃত্যু হৈছে ছাহিন আহমেদ নামৰ আন এজন যুৱকৰ । তিনিওজন যুৱক যোৱা কিছুদিন পূৰ্বে মিজোৰামৰ পৰা আক্ৰান্ত হৈ আহিছিল । আৰু যুৱক কেইজনৰ মৃত্যুৰ পিছৰে পৰাই গাঁওখনৰ প্ৰতি ঘৰতেই জ্বৰৰ প্ৰদুৰ্ভাৱ দেখা দিছে । প্ৰতি ঘৰতেই এজন নহয় এজন বৰ্তমানে জ্বৰত আক্ৰান্ত । এক কথাত গাঁওখনত বৰ্তমানে আতংকৰ পৰিৱেশ বিৰাজ কৰিছে ।
Date : 22.06.19 Amirul Alom siddiquey South karimganjBody:script :
কৰিমগঞ্জ জিলাৰ দক্ষিণ কৰিমগঞ্জৰ বিধানসভা সমষ্টিৰ অন্তৰ্গত খাগাইল গাঁওত মহামাৰী ৰূপ ধাৰণ কৰিছে এনকেফেলাইটিছ এ । সপ্তাহৰ ভিতৰত গাঁওখনত মৃত্যু হৈছে তিনিজন যুৱকৰ । মৃত্যু হৈছে তাজ উদ্দিন , গুলেনুৰ হুছেইন নামৰ যুৱকৰ আৰু যোৱা কালি মৃত্যু হৈছে ছাহিন আহমেদ নামৰ আন এজন যুৱকৰ । তিনিওজন যুৱক যোৱা কিছুদিন পূৰ্বে মিজোৰামৰ পৰা আক্ৰান্ত হৈ আহিছিল । আৰু যুৱক কেইজনৰ মৃত্যুৰ পিছৰে পৰাই গাঁওখনৰ প্ৰতি ঘৰতেই জ্বৰৰ প্ৰদুৰ্ভাৱ দেখা দিছে । প্ৰতি ঘৰতেই এজন নহয় এজন বৰ্তমানে জ্বৰত আক্ৰান্ত । এক কথাত গাঁওখনত বৰ্তমানে আতংকৰ পৰিৱেশ বিৰাজ কৰিছে ।
Date : 22.06.19 Amirul Alom siddiquey South karimganjConclusion:script :
কৰিমগঞ্জ জিলাৰ দক্ষিণ কৰিমগঞ্জৰ বিধানসভা সমষ্টিৰ অন্তৰ্গত খাগাইল গাঁওত মহামাৰী ৰূপ ধাৰণ কৰিছে এনকেফেলাইটিছ এ । সপ্তাহৰ ভিতৰত গাঁওখনত মৃত্যু হৈছে তিনিজন যুৱকৰ । মৃত্যু হৈছে তাজ উদ্দিন , গুলেনুৰ হুছেইন নামৰ যুৱকৰ আৰু যোৱা কালি মৃত্যু হৈছে ছাহিন আহমেদ নামৰ আন এজন যুৱকৰ । তিনিওজন যুৱক যোৱা কিছুদিন পূৰ্বে মিজোৰামৰ পৰা আক্ৰান্ত হৈ আহিছিল । আৰু যুৱক কেইজনৰ মৃত্যুৰ পিছৰে পৰাই গাঁওখনৰ প্ৰতি ঘৰতেই জ্বৰৰ প্ৰদুৰ্ভাৱ দেখা দিছে । প্ৰতি ঘৰতেই এজন নহয় এজন বৰ্তমানে জ্বৰত আক্ৰান্ত । এক কথাত গাঁওখনত বৰ্তমানে আতংকৰ পৰিৱেশ বিৰাজ কৰিছে ।
Date : 22.06.19 Amirul Alom siddiquey South karimganj
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.