ETV Bharat / state

কৰিমগঞ্জত পণ্ডিত দিনদয়াল উপাধ্যায়ৰ আৱক্ষ মুৰ্তি উন্মোচন

author img

By

Published : Sep 25, 2020, 8:45 PM IST

সমগ্ৰ দেশৰ লগতে কৰিমগঞ্জ জিলাতো উদযাপন কৰা হয় পণ্ডিত দিনদয়াল উপাধ্যায়ৰ 104 তম জন্মদিন ৷ উক্ত অনুষ্ঠানত উপস্থিত থাকে পাথাৰকান্দিৰ বিধায়ক কৃষ্ণেন্দু পাল, এ আই ডি চিৰ চেয়াৰমেন মিছন ৰঞ্জন দাস আৰু বিজেপি কৰিমগঞ্জ জিলা সভাপতি সুব্ৰত ভট্টাচাৰ্য ৷

Deendayal Upadhyaya's statue inaugurated at Karimganj
কৰিমগঞ্জত পণ্ডিত দিনদয়াল উপাধ্যায়ৰ আৱক্ষ মুৰ্তি উন্মোচন

কৰিমগঞ্জ, 25 ছেপ্তেম্বৰ: সমগ্ৰ দেশৰ লগতে কৰিমগঞ্জ জিলাৰ সলগই অঞ্চলতো শুকুৰবাৰে উদযাপন কৰা হয় পণ্ডিত দিনদয়াল উপাধ্যায়ৰ 104 তম জন্মদিন ৷ জন্মদিনৰ লগত সংগতি ৰাখি উন্মোচন কৰা হয় পণ্ডিত দিনদয়াল উপাধ্যায়ৰ এটা আৱক্ষ মুৰ্তিও ৷

উক্ত অনুষ্ঠানত উপস্থিত থাকে পাথাৰকান্দিৰ বিধায়ক কৃষ্ণেন্দু পাল, এ আই ডি চিৰ চেয়াৰমেন মিছন ৰঞ্জন দাস আৰু বিজেপি কৰিমগঞ্জ জিলা সভাপতি সুব্ৰত ভট্টাচাৰ্য ৷ লগতে উপস্থিত থাকে বিজেপিৰ প্ৰায় শতাধিক কৰ্মী ৷

লগতে পঢ়কঃ পৰ্বতসম সম্পত্তিৰে ধন কুবেৰৰ ৰূপত পি কে দত্ত

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.