ETV Bharat / state

কৰিমগঞ্জত দেওবাৰে কৰ’ণা আক্ৰান্ত ৰোগীৰ মৃত্যু - কৰিমগঞ্জ

কৰিমগঞ্জত প্ৰতিদিনে বৃদ্ধি পাইছে ভ্ৰমণ বৃত্তান্ত বিহীন কৰ’ণাত আক্ৰান্ত ৰোগীৰ সংখ্যা ।

Covid  patent dead in Karimganj
কৰিমগঞ্জত দেওবাৰে কৰ’ণা আক্ৰান্ত ৰোগীৰ মৃত্যু
author img

By

Published : Aug 3, 2020, 12:43 PM IST

কৰিমগঞ্জ, 3 আগষ্ট : কৰিমগঞ্জত বৃদ্ধি পাব ধৰিছে কৰ’ণাৰ সংক্ৰমণৰ ঘটনা ৷ জিলাখনত প্ৰতিদিনে বৃদ্ধি পাইছে ভ্ৰমণ বৃত্তান্ত বিহীন কৰ’ণাত আক্ৰান্ত ৰোগীৰ সংখ্যা । দেওবাৰে কৰিমঞ্জৰ বদৰপুৰ চহৰৰ কৰ’ণা আক্ৰান্ত হৈ মৃত্যু হয় এগৰাকী মহিলাৰ ৷ মৃত মহিলাগৰাকী চহৰখনৰ বাড়ী ৰেল কলনী বাসিন্দা মৃদুলা ঘোষ । তেওঁ দীৰ্ঘসময় ধৰি শিলচৰ ক'ভিড হাস্পতালত ভৰ্তি হৈ আছিল । দেওবাৰে নিশা মৃত মহিলাগৰাকীক শিলচৰৰ পৰা বদৰপুৰলৈ আনি শেষকৃত্য সম্পূৰ্ণ কৰা হয় ।

কৰিমগঞ্জত দেওবাৰে কৰ’ণা আক্ৰান্ত ৰোগীৰ মৃত্যু

লগতে পঢ়ক : শিলচৰত ৰাম মন্দিৰ বিতৰ্কঃ দুই পক্ষৰ মাজত সংঘাত

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.