ETV Bharat / state

কৰিমগঞ্জত ব্ৰাউন চুগাৰসহ আটক এজন

author img

By

Published : Sep 29, 2020, 12:47 PM IST

অসম ত্ৰিপুৰা সীমান্তৱৰ্তী ধর্মনগৰ আৰক্ষী থানাৰ অধীনস্থ ছাঁকাইবাড়ি যুৱক মহিম উদ্দীনৰ পৰা আৰক্ষীয়ে জব্দ কৰে 75 গ্ৰাম ব্ৰাউন চুগাৰ ।

Karimganj
কৰিমগঞ্জ

কৰিমগঞ্জ, 29 ছেপ্টেম্বৰঃ কৰিমগঞ্জ জিলাৰ বিভিন্ন অঞ্চলত চলিছে ড্ৰাগছৰ ৰমৰমীয়া বেহা ৷ কৰিমগঞ্জ জিলাক কৰিড'ৰ হিচাবে ব্যৱহাৰ কৰি চুবুৰীয়া ৰাজ্য সমূহত চলিছে ড্ৰাগছ সৰবৰাহ কাৰ্য । অসমৰ পৰা ত্ৰিপুৰাত ব্ৰাউন চুগাৰ সৰবৰাহ কৰাৰ সময়তে ত্ৰিপুৰা আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে মহিম উদ্দীন নামৰ এজন যুৱকক ৷

লগতে পঢ়কঃ ইণ্ডিয়া বুক অৱ ৰেকৰ্ডছত সন্নিৱিষ্ট অসমীয়া যুৱকৰ এঙাৰৰ ছবি

প্ৰাপ্ত তথ্য অনুসৰি, অসম ত্ৰিপুৰা সীমান্তৱৰ্তী ধর্মনগৰ আৰক্ষী থানাৰ অধীনস্থ ছাঁকাইবাড়ি যুৱক মহিম উদ্দীনৰ পৰা আৰক্ষীয়ে জব্দ কৰে 75 গ্ৰাম ব্ৰাউন চুগাৰ । উত্তৰ ত্ৰিপুৰাৰ আৰক্ষী অধীক্ষক ভানুপদ চক্ৰৱৰ্তীৰ নেতৃত্বত চলে এই অভিযান ৷ জব্দাকৃত ব্ৰাউন চুগাৰখিনিৰ বজাৰ মূল্য কেইবা লাখ টকা বুলি জানিব পৰা গৈছে ৷

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.