ETV Bharat / state

ৰাজপথত প্ৰকাণ্ড গাঁতঃ ১২ঘন্টা ধৰি আৱদ্ধ যানবাহন

author img

By

Published : May 25, 2019, 8:50 PM IST

Updated : May 25, 2019, 9:38 PM IST

অসম ত্ৰিপুৰা সংযোগী ৰাষ্ট্ৰীয় ঘাইপথত প্ৰকাণ্ড গাঁতৰ বাবেই আবদ্ধ হ'ল যান-বাহন

আচিমগঞ্জৰ ঘাইপথত ১২ঘন্টা ধৰি আবদ্ধ যানবাহন

দক্ষিণ কৰিমগঞ্জ, 25 মে': অসম ত্ৰিপুৰা সংযোগী ৮নং ৰাষ্ট্ৰীয় ঘাইপথত ব্যাপক যানজঁট ৷ পাথাৰকান্দি সমষ্টিৰ আচিমগঞ্জ এলেকাত প্ৰায় ৫ কিলোমিটাৰলৈকে আবদ্ধ সহস্ৰাধিক যানবাহন | অসম ত্ৰিপুৰা সংযোগী আচিমগঞ্জত ঘাইপথৰ প্ৰকাণ্ড গাঁতৰ বাবেই আবদ্ধ হ'ল যান বাহন ৷ উল্লেখ্য যে, শুকুৰবাৰে নিশাৰ পৰা এই মুহুৰ্তলৈকে প্ৰায় ১২ঘন্টা ধৰি আবদ্ধ হৈ আছে যানবাহন সমূহ |

Intro:Breaking...
অসম ত্ৰিপুৰা সংযোগী ৰাষ্ট্ৰীয় ঘাইপথ প্রকাণ্ড গৰ্ত। যোয়া নিশা পরা
অসম ত্ৰিপুৰা সংযোগী ৮নং ৰাষ্ট্ৰীয় ঘাইপথত আবদ্ধ হৈ আছে শ শ গাড়ী | পাথাৰকান্দি সমষ্টিৰ আচিমগঞ্জ এলাকাত প্ৰায় ৫ কিলোমিটাৰলৈকে বিভিন্ন যানবাহন সহ সহস্ৰাধীক ট্ৰাক আবদ্ধ | আচিমগঞ্জত ঘাইপথটোত এটা প্ৰকাণ্ড গাতৰ বাৱে সৃষ্ঠি হৈছে যানজট | এতে চৰম অসুবিধাৰ সন্মুখীন হচ্ছেন ৰাইজ। এখন ড্রজার উদ্ধার কৰিব পৰা নাই ট্ৰাক। যোৱাকালি নিশাৰ পৰা এই মুহুৰ্তলৈকে আবদ্ধ যানবাহন সমূহ |
আমিরুল আলম সিদ্দেকী দক্ষিণ কৰিমগঞ্জ Body:Breaking...
অসম ত্ৰিপুৰা সংযোগী ৰাষ্ট্ৰীয় ঘাইপথ প্রকাণ্ড গৰ্ত। যোয়া নিশা পরা
অসম ত্ৰিপুৰা সংযোগী ৮নং ৰাষ্ট্ৰীয় ঘাইপথত আবদ্ধ হৈ আছে শ শ গাড়ী | পাথাৰকান্দি সমষ্টিৰ আচিমগঞ্জ এলাকাত প্ৰায় ৫ কিলোমিটাৰলৈকে বিভিন্ন যানবাহন সহ সহস্ৰাধীক ট্ৰাক আবদ্ধ | আচিমগঞ্জত ঘাইপথটোত এটা প্ৰকাণ্ড গাতৰ বাৱে সৃষ্ঠি হৈছে যানজট | এতে চৰম অসুবিধাৰ সন্মুখীন হচ্ছেন ৰাইজ। এখন ড্রজার উদ্ধার কৰিব পৰা নাই ট্ৰাক। যোৱাকালি নিশাৰ পৰা এই মুহুৰ্তলৈকে আবদ্ধ যানবাহন সমূহ |
আমিরুল আলম সিদ্দেকী দক্ষিণ কৰিমগঞ্জ Conclusion:Breaking...
অসম ত্ৰিপুৰা সংযোগী ৰাষ্ট্ৰীয় ঘাইপথ প্রকাণ্ড গৰ্ত। যোয়া নিশা পরা
অসম ত্ৰিপুৰা সংযোগী ৮নং ৰাষ্ট্ৰীয় ঘাইপথত আবদ্ধ হৈ আছে শ শ গাড়ী | পাথাৰকান্দি সমষ্টিৰ আচিমগঞ্জ এলাকাত প্ৰায় ৫ কিলোমিটাৰলৈকে বিভিন্ন যানবাহন সহ সহস্ৰাধীক ট্ৰাক আবদ্ধ | আচিমগঞ্জত ঘাইপথটোত এটা প্ৰকাণ্ড গাতৰ বাৱে সৃষ্ঠি হৈছে যানজট | এতে চৰম অসুবিধাৰ সন্মুখীন হচ্ছেন ৰাইজ। এখন ড্রজার উদ্ধার কৰিব পৰা নাই ট্ৰাক। যোৱাকালি নিশাৰ পৰা এই মুহুৰ্তলৈকে আবদ্ধ যানবাহন সমূহ |
আমিরুল আলম সিদ্দেকী দক্ষিণ কৰিমগঞ্জ
Last Updated : May 25, 2019, 9:38 PM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.