ETV Bharat / state

কৰিমগঞ্জত দৰিদ্ৰ লোকৰ মাজত কম্বল বিতৰণ ৰামকৃষ্ণ মিছনৰ

বৃহস্পতিবাৰে কৰিমগঞ্জত দৰিদ্ৰ ৰাইজৰ মাজত কম্বল বিতৰন কৰে ৰামকৃষ্ণ মিছনে । সীমান্ত সুৰক্ষা বাহিনীৰ সহযোগত ২০০ৰো অধিক লোকৰ মাজত কম্বল বিতৰণ কৰে ।

author img

By

Published : Dec 3, 2020, 3:37 PM IST

কৰিমগঞ্জত দৰিদ্ৰ ৰাইজৰ মাজত কম্বল বিতৰন কৰে ৰামকৃষ্ণ মিছনে

কৰিমগঞ্জ, ৩ ডিচেম্বৰ: শীত কালৰ আমেজ বহুতৰে প্ৰিয় । কিন্তু এই সময়খিনিত এখন গৰম কাপোৰৰ অভাৱত ঠেৰেঙা লগা জাৰত কঁপি থাকিবলগীয়া হয় অতি কষ্টেৰে দুবেলা দুমুঠি যোগাৰ কৰা একাংশ দৰিদ্ৰ লোকে । সেয়ে, এইসকল লোকলৈ সহায়ৰ হাত আগবঢ়াইছে ৰামকৃষ্ণ মিছনে । শীতৰ আগমণৰ লগে লগে ৰামকৃষ্ণ মিছনে কৰিমগঞ্জৰ ভাৰত-বাংলাদেশ সীমান্তৱৰ্তী সুতাৰকান্দি অঞ্চলৰ দুখীয়া লোকক একোখনকৈ কম্বল প্ৰদান কৰিছে ।

বৃহস্পতিবাৰে সীমান্ত সুৰক্ষা বাহিনীৰ সহযোগত কম্বলসমূহ বিতৰণ কৰে । এখন সভাৰ আয়োজন কৰি দুই শতাধিক লোকৰ মাজত কম্বল বিতৰণ কৰে কৰিমগঞ্জৰ ৰামকৃষ্ণ মিছনৰ মহাৰাজে । ৰামকৃষ্ণ মিছনৰ এই পদক্ষেপৰ শলাগ লৈছে স্থানীয় ৰাইজে ।

লগতে পঢ়ক:নলবাৰীত পথ দুৰ্ঘটনা,কথমপি প্ৰাণ ৰক্ষা চালক-যাত্ৰীৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.