ETV Bharat / state

কৰিমগঞ্জৰ ভাৰত-বাংলা সীমান্তত ৭৫হাজাৰৰো অধিক টকাৰ বিড়ি জব্দ

কৰিমগঞ্জৰ ভাৰত-বাংলাদেশ সীমান্তৰ ফুলকান্দিত ৭৫হাজাৰৰো অধিক মূল্যৰ বিড়ি জব্দ । ফুলকান্দিত ১৩৪নং সীমা সুৰক্ষা বাহিনীৰ অভিযানত জব্দ ১৬৪পেকেট বিড়ি ।

কৰিমগঞ্জত ৭৫হাজাৰৰো অধিক টকাৰ বিড়ি জব্দ

author img

By

Published : Aug 22, 2020, 1:32 PM IST

কৰিমগঞ্জ, ২২আগষ্ট : কৰিমগঞ্জৰ ভাৰত-বাংলাদেশ সীমান্তত বিড়িৰ চোৰাং বেহা । ভাৰত-বাংলাদেশ সীমান্তৰ ফুলকান্দিত সীমা সুৰক্ষা বাহিনীয়ে অভিযান চলাই জব্দ কৰে ১৬৪পেকেট বিড়ি । বাংলাদেশলৈ সৰবৰাহ কৰাৰ বাবে অবৈধভাৱে মজুত কৰি ৰাখিছিল বিড়িখিনি ।

লগতে পঢ়কঃ কৰিমগঞ্জ ভাৰত-বাংলাদেশ সীমান্তত সীমান্ত সুৰক্ষা বাহিনীৰ অভিযান

জব্দকৃত বিড়িখিনিৰ বজাৰ মূল্য ৭৫হাজাৰৰো অধিক টকা । ফুলকান্দিত গোপন সূত্ৰৰ ভিত্তিত ১৩৪নং সীমা সুৰক্ষা বাহিনীয়ে অভিযান চলাই ১৬৪পেকেট বিড়ি জব্দ কৰে । অৱশ্যে বিড়িৰ চোৰাং ব্যৱসায়ৰে জড়িত ব্যৱসায়ীকেইজন পলায়ন কৰিবলৈ সক্ষম হয় । জব্দকৃত বিড়িখিনি কৰিমগঞ্জ শুল্ক বিভাগৰ হাতত গতাই দিয়ে সীমা সুৰক্ষা বাহিনীয়ে ।

লগতে পঢ়কঃ বিএছএফৰ অভিযানত ভাৰত-বাংলাদেশ সীমান্তত জব্দ অবৈধ ইলিছ মাছ

উলেখ্য যে, যোৱা আগষ্টত সুতাৰকান্দিত সীমা সুৰক্ষা বাহিনীয়ে চলোৱা অভিযানতো জব্দ হৈছিল ৪৫হাজাৰ টকাৰ বিড়ি ।

লগতে পঢ়কঃ জম্মু-কাশ্মীৰৰ পৰা 10,000 অৰ্ধসামৰিক জোৱান আঁতৰাই আনিবলৈ নিৰ্দেশ কেন্দ্ৰৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.