বদৰপুৰ,18জানুৱাৰী : বদৰপুৰত বিদ্যুত স্পৃষ্ট হৈ এজন যুৱকৰ মৃত্যু । মৃত যুৱকজন হৈছে কৰিমগঞ্জৰ বদৰপুৰৰ আলাকুলিপুৰৰ মইনুল হক । ঘটনা অনুসৰি বদৰপুৰ চহৰৰ কালাইৰবন্দৰ অঞ্চলত শনিবাৰে বিয়লি চাৰি বজাত এটা বিল্ডিংৰ ওপৰত কৰ্মৰত অৱস্থাত উচ্চ পৰিবাহী বিদ্যুৎ তাঁৰৰ সংস্পৰ্শত মইনুল হকৰ মৃত্যু ঘটে । তৎক্ষণাত মইনুলক চিকিৎসালয়ত লৈ যোৱা হয় যদিও যুৱকজনৰ মৃত্যু ঘটে ।
লগতে চাওকঃ পৰম্পৰাগত ৰীতি নীতিৰে ধেমাজি জিলাৰ জোনাই মহকুমাত আলি আয়ে লৃগাঙৰ লাইখুঁটা স্থাপন