ETV Bharat / state

মিজোৰামত ৰাষ্ট্ৰপতি শাসনৰ দাবী তুলিলে প্রাক্তন মন্ত্রী ছিদ্দিক আহমেদে - মিজোৰামত ৰাষ্ট্ৰপতি শাসনৰ দাবীঃ

প্ৰাক্তন মন্ত্ৰী গৰাকীয়ে মিজোৰামত ৰাষ্ট্ৰপতি শাসন বলবৎ কৰিবলৈ দাবী উৎত্থাপন কৰিছে চৰকাৰক ৷ লগতে তেওঁ উল্লেখ কৰে যে, বিগত সময়চোৱাতো মিজোৰামে অসমৰ ভূমি আগ্ৰাসন কৰাৰ চেষ্টা কৰি আহিছে; কিন্তু সেই সময়ত চৰকাৰে শক্তিশালী প্ৰদক্ষেপ গ্ৰহণ কৰাৰ বাবেই মিজোয়ে আগ্ৰাসন কৰিব পৰা নাছিল ৷

assam mizuram border visit  former assam goverment  minister siddik ahmed
মিজোৰামত ৰাষ্ট্ৰপতি শাসনৰ দাবীঃ প্রাক্তন মন্ত্রী ছিদ্দিক আহমেদৰ
author img

By

Published : Nov 5, 2020, 5:14 PM IST

কৰিমগঞ্জ,5 নৱেম্বৰঃ অসম-মিজোৰাম সীমান্তকলৈ ৰাজ্যত শেহতীয়া ভাবে চেপা-উত্তেজনাই বিৰাজ কৰি আছে ৷ বৃহস্পতিবাৰে অসম-মিজোৰাম সীমান্তত উপস্থিত হ‘ল অসম চৰকাৰ প্ৰাক্তন মন্ত্ৰী তথা কংগ্ৰেছৰ বিধায়ক ছিদ্দিক আহমেদ ৷ মিজো আগ্ৰাসনৰ বিৰুদ্ধে অসম চৰকাৰে গ্ৰহণ কৰা ভূমিকাক লৈ সৰব হৈ পৰিল ছিদ্দিক আহমেদ ৷

মিজোৰামত ৰাষ্ট্ৰপতি শাসনৰ দাবীঃ প্রাক্তন মন্ত্রী ছিদ্দিক আহমেদৰ

ইপিনেদি প্ৰাক্তন মন্ত্ৰী গৰাকীয়ে মিজোৰামত ৰাষ্ট্ৰপতি শাসন বলবৎ কৰিবলৈ দাবী উৎত্থাপন কৰিছে ৷ লগতে তেওঁ উল্লেখ কৰে যে, বিগত সময়চোৱাতো মিজোৰামে অসমৰ ভূমি আগ্ৰাসন কৰাৰ চেষ্টা কৰি আহিছে; কিন্তু সেই সময়ত চৰকাৰে শক্তিশালী প্ৰদক্ষেপ গ্ৰহণ কৰাৰ বাবেই মিজোয়ে আগ্ৰাসন কৰিব পৰা নাছিল ৷

সম্প্ৰতি কেন্দ্ৰ আৰু ৰাজ্যত বিজেপি নেতৃত্বাধীন চৰকাৰ থকাৰ পিছতো কোনোধৰণৰ পদক্ষেপ গ্ৰহণ নকৰাত ক্ষুদ্ধ হৈ পৰে প্ৰাক্তন মন্ত্ৰী ছিদ্দিক আহমেদ ৷ তাৰোপৰি ছিদ্দিক আহমেদে সদৰি কৰে যে, মিজোৰামত থকা অসমৰ লোক সকলক অনেক ক‘ষ্টৰ মাজেৰে জীৱন অতিবাহিত কৰি আহিছে ৷ তেওঁলোকক অতি শীঘ্ৰে উদ্ধাৰ কৰিবলৈ চৰকাৰক দাবী উত্থাপন কৰিছে কংগ্ৰেছৰ প্ৰাক্তন মন্ত্ৰীগৰাকীয়ে ৷

লগতে পঢ়কঃ দিখৌ নদীৰ পাৰত এটা কৃষি গোটৰ আত্ননিৰ্ভৰশীলতাৰ আখৰা

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.