বদৰপুৰৰ, 14 এপ্ৰিল: কৰিমগঞ্জৰ লোকসভা সমষ্টীৰ এ আই ইউ ডি এফ প্ৰাৰ্থী ৰাধেশ্যাম বিশ্বাসৰ হৈ প্ৰচাৰ চলাই বদৰউদ্দিন আজমলে । ভাঙ্গা বজাৰত দলীয় সভাত বিজেপি কংগ্ৰেছৰ সমালোচনা কৰি কয় মোদি চৰকাৰে মুচলমান মানুহক বাংলাদেশলৈ পঠাই ভাৰতক হিন্দু ৰাষ্ট্ৰ বনোৱাৰ চেষ্টা চলাইছে । কংগ্ৰেছৰ প্ৰাক্তন দুই মন্ত্ৰী সিদ্দেক আহমেদ আৰু গৌতম ৰয় দিনত কংগ্ৰেছে ৰাতি বিজেপিৰ হৈ কাম কৰিছিল বুলিও মন্তব্য কৰে আজমলে । সেইবাবে দুয়োটা দলক বৰ্জন কৰি এআইইউডিএফ ক ভোট দিয়াৰ আহ্বান নেতাগৰাকীৰ ৷
বদৰপুৰৰ ভাঙ্গাত এআইইউডিএফৰ নিৰ্বাচনী সভা
কংগ্ৰেছে ৰাতি বিজেপিৰ হৈ কাম কৰিছিল : বদৰউদ্দিন আজমল