ETV Bharat / state

বাংলাদেশ ভ্ৰমণ সামৰি ঘূৰিল 14 জনীয়া মন্ত্ৰী বিধায়কৰ দল

এক্ট ইষ্ট পলিচীক সাৰ্থক কৰি তোলাৰ উদ্দেশ্যে যোৱা বুধবাৰে সম্পৰ্ক যাত্ৰাত গৈছিল দলটো ৷ কৰিমগঞ্জত দুয়ো দেশৰ জয়েন্ট হাটৰ সম্পৰ্কে আলোচনা কৰা হয় বাংলাদেশৰ সৈতে হোৱা বৈঠকত

বাংলাদেশ ভ্ৰমণ সামৰি ঘূৰিল 14 জনীয়া মন্ত্ৰী বিধায়কৰ দল
author img

By

Published : Jun 28, 2019, 10:36 PM IST

কৰিমগঞ্জ, 28 জুন : বাংলাদেশৰ পৰা ভাৰতত প্ৰৱেশ কৰিলে চুবুৰীয়া দেশখনত ভ্ৰমণৰত অসমৰ 14 জনীয়া মন্ত্ৰী বিধায়কৰ দল। এক্ট ইষ্ট পলিচীক সাৰ্থক কৰি তোলাৰ উদ্দেশ্যে যোৱা বুধবাৰে সম্পৰ্ক যাত্ৰাত গৈছিল দলটো ৷ শিলচৰত চেম্বাৰ অৱ কমাৰ্চৰ সৈতে মিলিত হৈ দলটো কাইলৈ ম্যানমাৰৰলৈ যাত্ৰা কৰিব। অসমত উপস্থিত হৈ মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰীয়ে বাংলাদেশত সেই দেশৰ চৰকাৰৰ শ্বিপিং, কমাৰ্চ আৰু ইণ্ডাষ্ট্ৰী বিভাগ,চেম্বাৰ অৱ কমাৰ্চৰ সৈতে বিতং আলোচনা হৈছে বুলি উল্লেখ কৰে।

বাংলাদেশ ভ্ৰমণ সামৰি ঘূৰিল 14 জনীয়া মন্ত্ৰী বিধায়কৰ দল

জুলাইৰ পৰা গুৱাহাটী-ঢাকা,ঢাকা-গুৱাহাটী বিমান সেৱা, কৰিমগঞ্জত দুয়ো দেশৰ জয়েন্ট হাটৰ সম্পৰ্কে আলোচনা কৰা হয় বাংলাদেশৰ সৈতে হোৱা বৈঠকত ৷ বৃটিছ আমোলত থকা ছিলেট-কৰিমগঞ্জ-মাকুম আৰু চিটাগাঙ-লিডু ৰে’ল চলাচলো পুনৰ আৰম্ভ কৰাৰ চিন্তা চৰ্চা কৰা হৈছে । আনহাতে, 20 জুলাইত বাংলাদেশৰ মন্ত্ৰী আৰু ব্যৱসায়ীয়ে গুৱাহাটী ভ্ৰমণ কৰিব বুলি উল্লেখ কৰে মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰীয়ে ৷

Intro:Body:SLUG:-MINISTAR MLA TEAM ENTER INDIA, KARIMGANJ
চাৰিঘন্টা পলমকৈ কৰিমগঞ্জৰ সুতাৰকান্দি সীমান্ত দি বাংলাদেশৰ পৰা ভাৰতত প্ৰবেশ কৰিলে অসমৰ ১৪জনিয়া মন্ত্ৰী বিধায়কৰ দল।  ইষ্ট এক্ট পলিচিক সাৰ্থক কৰি তোলাৰ লক্ষে যোৱা বুধবাৰে সম্পৰ্ক যাত্ৰাত ওলুৱা দলটো বিয়লি দুটা বজাত বাংলাদেশৰ শেওলা সীমান্তত পৌছে । ইয়াতে ইমেগ্ৰেচনৰ সকলো নিয়ম নীতি সম্পূৰ্ণ কৰি সাড়ে তিনিটা বজাত ভাৰতৰ সুতাৰকান্দি সীমান্ত দি প্ৰবেশ ভাৰতত প্ৰবেশ কৰে মন্ত্ৰী চন্দ্ৰমোহন পাটৱাৰিৰ নেতৃত্বত থকা দলটো । সুতাৰকান্দিৰ ট্ৰেড চেন্টাৰত দুপুৰিয়া আহাৰ গ্ৰহন কৰি চাৰিটা বজাত শিলচৰৰ উদ্দেশ্যে যাত্ৰা কৰে । শিলচৰত চেম্বাৰ অৱ কমাৰ্চৰ সৈতে মিলিত হৈ অহাকালি মায়াম্মাৰৰ উদ্দ্যেশ্যে যাত্ৰা কৰিব ।
আমাৰ সেতৈ এক সাক্ষাতকাৰত মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰিয়ে কয়,,,,,,,,,, বাংলাদেশত সেই দেশৰ চৰকাৰৰ শ্বিপিং, কমাৰ্চ আৰু ইণ্ডাষ্ট্ৰী বিভাগ, চেম্বাৰ অৱ কমাৰ্চৰ সৈতে বিতন আলোচনা হৈছে । আলোচনাৰ ফলাফল........
১. ১জুলাইৰ পৰা গুৱাহাটি-ঢাকা, ঢাকা-গুৱাহাটি বিমান পৰিসেৱা ।
২. ১৯৫৭ চনৰ পৰা বন্ধ থকা চিটাগাঙ পোৰ্টটো পুনৰ উত্তৰ পুৱৰ বাৱে মুকুলাই সিদ্ধান্ত বাংলাদেশ চৰকাৰৰ। প্ৰটোকল সহি হোৱাৰ পাছত নিয়মিয়াকৈ জলপথৰে বানিজ্য আৰম্ভ হব ।
৩. কৰিমগঞ্জত দুয়ো দেশৰ জয়েন্ট হাট (বজাৰ) হোৱা সম্ভাবনা ।
৪. কলকাতা-ঢাকাৰ দৰে শিলচৰ-কৰিমগঞ্জ-ছিলেট বাছ চলাচলৰ সম্ভাবনা ।
৫. স্বাধীনতাৰ পূৰ্বে ৰেলযোগে দুই দেশৰ মাজত থকা ব্যবসাৰ কথা আলোচনা হয় ।
৬. ব্ৰিটিশ আমলত ছিলেট-কৰিমগঞ্জ-মাকুম আৰু চিটাগাঙ-লিডু ৰেল চলাচলো পুনৰ চালু কৰাৰ চিন্তা চৰ্চা কৰা হৈছে ।
৭. বাংলাদেশৰ ইনভেষ্টাৰক অসমলৈ আমন্ত্ৰন ।
৮. ২০জুলাই বাংলাদেশৰ মন্ত্ৰী আৰু ব্যবসায়ী গুৱাহাটিত আহিব, ২০ আৰু ২১ তাৰিখ তেঁওলোকৰ সৈতে সভা ।
৯. বাংলাদেশত শ্ৰমিক খৰচা কম হোৱাৰ বাৱে বিদেশী ইনভেষ্টাৰে পুঁজি লগাইছে । যাৰবাৱে দেশটোত GDP Grouth বাড়িছে ।
১০ বাংলাদেশ চফৰত আটাইকৈ ভাল লাগিছে তেওঁলোকৰ আতিত্ব । সকলো সহযাত্ৰীয়ে এয়া উপলব্ধি কৰিছে । নিশ্চয়কৈ ইলিশ ও খোৱা হৈছে । 

কৰিমগঞ্জ, ২৮-০৬-১৯Conclusion:
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.