ETV Bharat / state

ডকমকাৰ থং নকবে মহাবিদ্যালয়ত বিশ্ব এইডচ দিৱস পালন - আলোচনাচক্ৰৰ আয়োজন

ডকমকাৰ থং নকবে মহাবিদ্যালয়ত বিশ্ব এইডচ দিৱস পালন ৷ এই উদ্দেশ্যে 'এইডছ মহামাৰী : স্থিতাৱস্থা আৰু ফলাফল' শীর্ষক আলোচনাচক্ৰৰো আয়োজন ৷

World AIDS day at Thongnokbe College at Dokmoka
ডকমকাৰ থং নকবে মহাবিদ্যালয়ত বিশ্ব এইডচ দিৱস পালন
author img

By

Published : Dec 1, 2020, 7:46 PM IST

ডিফু, 1 ডিচেম্বৰ : ডকমকাৰ উচ্চ শিক্ষাৰ প্ৰতিষ্ঠান থং নকবে মহাবিদ্যালয়ত আজি বিশ্ব এইডছ দিৱস উদযাপন কৰা হয় ৷ মহাবিদ্যালয়খনৰ বুৰঞ্জী বিভাগৰ উদ্যোগত তথা ৰেড ৰিবন ক্লাৱৰ থং নকবে মহাবিদ্যালয় শাখাৰ সহযোগত আজি মহাবিদ্যালয়খনৰ প্ৰাংগণত উদযাপন কৰা হয় এই বিশেষ দিৱসৰ ৷

World AIDS day at Thongnokbe College at Dokmoka
ডকমকাৰ থং নকবে মহাবিদ্যালয়ত বিশ্ব এইডচ দিৱস পালন

এই উদ্দেশ্যে 'এইডছ মহামাৰী : স্থিতাৱস্থা আৰু ফলাফল' শীর্ষক আলোচনাচক্ৰত হাওৰাঘাট ত্ৰিশখন বিচনাযুক্ত চিকিৎসালয়ৰ চিকিৎসক ডাঃ বীৰেশ্বৰ বেই বিশিষ্ট বক্তা হিচাপে উপস্থিত থাকে ৷ আনহাতে, ডকমকা প্ৰাথমিক স্বাস্থ্যকেন্দ্ৰৰ চিকিৎসক ডাঃ থং টেৰণে সমল ব্যক্তি হিচাপে উপস্থিত থাকি মাৰাত্মক এইডচ ৰোগ সন্দর্ভত বিভিন্ন দিশ সামৰি গুৰুত্বপূর্ণ ভাষণ প্ৰদান কৰে ৷ আলোচনাচক্ৰত মহাবিদ্যালয়খনৰ সকলো শিক্ষক-শিক্ষয়িত্ৰীৰ লগতে শতাধিক ছাত্ৰ-ছাত্ৰীয়ে অংশগ্ৰহণ কৰে ৷

লগতে পঢ়ক : BTCত আইন ভংগকাৰীৰ বিৰুদ্ধে লোৱা হ'ব কঠোৰ ব্যৱস্থাঃ ভাস্কৰজ্যোতি মহন্ত

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.