ETV Bharat / state

ডিফুত গৰুচুৰি কৰিবলৈ গৈ এজনক হত্যা !

author img

By

Published : Mar 3, 2021, 10:54 PM IST

যোৱা ১ মাৰ্চত ডিফুত সংঘটিত হৈছিল এক লোম হৰ্ষক হত্যাকাণ্ড ৷ ডিফু চহৰৰ সমীপৰ লাংছলিয়ট নামৰ ঠাইৰ সংঘটিত হৈছিল এই ঘটনা ৷ গৰু চুৰি কৰিবলৈ গৈ দূৰ্বৃত্তই এই হত্যাকাণ্ড সংঘটিত কৰা বুলি জানিবলৈ দিছে স্থানীয় ৰাইজে ৷

OLD MAN MURDERED FOR STEAL COW
ডিফুত গৰুচুৰি কৰিবলৈ এজন হত্যা...

ডিফু, ৩ মাৰ্চঃ যোৱা ১ মাৰ্চত ডিফুত সংঘটিত হৈছিল এক লোম হৰ্ষক হত্যাকাণ্ড ৷ ডিফু চহৰৰ সমীপৰ লাংছলিয়ট নামৰ ঠাইৰ সংঘটিত হৈছিল এই ঘটনা ৷ গৰু চুৰি কৰিবলৈ গৈ দূৰ্বৃত্তই এই হত্যাকাণ্ড সংঘটিত কৰা বুলি জানিবলৈ দিছে স্থানীয় ৰাইজে ৷

বৰলাংফেৰৰ আৰক্ষীৰ এক সুত্ৰই সদৰি কৰা মতে, যোৱা ১ মাৰ্চত লাংছলিয়েট নিবাসী মধু প্ৰসাদ নামৰ লোক এজনে বাঁহনি বাৰীত বাঁহ কাটি থকা সময়ত সুৰেশ কৰ্মকাৰ নামৰ এজন লোক সেই ঠাই উপস্থিত হয় ৷ অভিযোগ অনুসৰি সুৰেশ কৰ্মকাৰ নামৰ লোকজনে মধু প্ৰসাদক হত্যাকৰি চুৰি কৰি লৈ গৈছিল গৰু ৷ ইতিমধ্যে অভিযুক্ত সুৰেশ কৰ্মকাৰক আটক কৰিছে আৰক্ষীয়ে ৷

উল্লেখ্য যে, হত্যাৰ এই অভিযোগত আৰক্ষীয়ে আটক কৰা সুৰেশ কৰ্মকাৰক ডিফু ন্যায়িক আদালতত হাজিৰ কৰি ইতিমধ্যে কাৰাগাৰলৈ প্ৰেৰণ কৰিছে বুলি জানিবলৈ দিছে ৷

লগতে পঢ়ক: অসমত ধঁপাত বিক্ৰীৰ ক্ষেত্ৰত অনুজ্ঞাপত্ৰৰ ব্যৱস্থা কৰকঃ ডাঃ অমল কটকী

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.