ডিফু, ২৫ ছেপ্তেম্বৰ: শিক্ষক সকলৰ যোগ্যতা নিৰূপক পৰীক্ষা ‘টেট’ক লৈ কাৰ্বি আংলঙত বিভিন্ন দল-সংগঠনে জিলাখনত সুকীয়া টেট অনুষ্ঠিত কৰিবলৈ দাবী জনাই অহাৰ পিছত এইবাৰ এই দাবীৰ প্ৰতি সহমৰ্মিতা প্ৰকাশ কৰিছে কাৰ্বি আংলং স্বায়ত্ত শাসিত পৰিষদে ৷ আজি ডিফুৰ ৰংখেলানস্থিত কেএছএৰ কাৰ্যালয়ত অনুষ্ঠিত এক সংবাদ মেলত এই কথা সদৰী কৰে কেএছএৰ সভাপতিদ্বয় ক্ৰমে বিজয় বে' আৰু ছিমিয়ণ ৰংফাৰে ৷ সংবাদ মেলত নেতাদ্বয়ে উল্লেখ কৰে যে, ভাৰতীয় সংবিধান প্ৰদত্ত ষষ্ঠ অনুসূচীৰ অনুচ্ছেদ ৩ আৰু ৮ অনুসৰি প্ৰাথমিক আৰু উচ্চ শিক্ষাৰ পৰিচালনা কৰাৰ বাবে স্বায়ত্ত শাসিত পৰিষদে নিজাববীয়া ক্ষমতা আছে ৷ এই বাবে কেএছএই কাৰ্বি আংলঙত সুকীয়া টেট অনুষ্ঠিত কৰিবলৈ এখন সমিতি গঠন কৰাৰ দাবী কাৰ্বি আংলং স্বায়ত্ত শাসিত পৰিষদৰ ওচৰত বাৰম্বাৰ জনাই আহিছিল আৰু আজি এই লৈ পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য তুলিৰাম ৰংহাঙৰ সৈতে কেএছএ নেতৃ বৰ্গৰ এক সৌহাদ্যমূলক আলোচনা হয় ৷ আলোচনা কালত মুখ্য কাৰ্যবাহী সদস্য তুলিৰাম ৰংহাঙে ছাত্ৰ সংগঠনটোৰ দাবীৰ প্ৰতি সঁহাৰি জনাই অহা অক্টোবৰ মাহৰ প্ৰথম সপ্তাহত কাৰ্বি স্বায়ত্ত শাসিত পৰিষদ আৰু কেএছএৰ এক যুটীয়া সঁজাতি দল উক্ত বিষয়লৈ দিল্লীত কেন্দ্ৰীয় বিভাগীয় মন্ত্ৰীক সাক্ষাৎ কৰি দাবী সন্দৰ্ভত অৱগত কৰিব ৷ ইয়াৰ পিছত সঁজাতি দলটো নেশ্যনেল কাউঞ্চিল অব টিছাৰ্ছ এডুকেছনকৰ কাষলৈকো যাব ৷ ইয়াৰ পিছতো টেট সম্বন্ধীয় কেএছএৰ দাবী পূৰণ নহলে সংগঠনটোৱে বৃহৎ গণতান্ত্ৰিক আন্দোলন গঢ়ি তুলিব বুলি সকিয়াই দিয়ে ৷
কাৰ্বি আংলঙত বিশেষ টেট অনুষ্ঠিত কৰাৰ দাবী - টেট
কাৰ্বি আংলঙত বিশেষ টেট অনুষ্ঠিত কৰাৰ দাবীত কাৰ্বি স্বায়ত্ত পৰিষদ আৰু কেএছএৰ ৷ যুটীয়া সঁজাতি দল যাব দিল্লীলৈ ৷
ডিফু, ২৫ ছেপ্তেম্বৰ: শিক্ষক সকলৰ যোগ্যতা নিৰূপক পৰীক্ষা ‘টেট’ক লৈ কাৰ্বি আংলঙত বিভিন্ন দল-সংগঠনে জিলাখনত সুকীয়া টেট অনুষ্ঠিত কৰিবলৈ দাবী জনাই অহাৰ পিছত এইবাৰ এই দাবীৰ প্ৰতি সহমৰ্মিতা প্ৰকাশ কৰিছে কাৰ্বি আংলং স্বায়ত্ত শাসিত পৰিষদে ৷ আজি ডিফুৰ ৰংখেলানস্থিত কেএছএৰ কাৰ্যালয়ত অনুষ্ঠিত এক সংবাদ মেলত এই কথা সদৰী কৰে কেএছএৰ সভাপতিদ্বয় ক্ৰমে বিজয় বে' আৰু ছিমিয়ণ ৰংফাৰে ৷ সংবাদ মেলত নেতাদ্বয়ে উল্লেখ কৰে যে, ভাৰতীয় সংবিধান প্ৰদত্ত ষষ্ঠ অনুসূচীৰ অনুচ্ছেদ ৩ আৰু ৮ অনুসৰি প্ৰাথমিক আৰু উচ্চ শিক্ষাৰ পৰিচালনা কৰাৰ বাবে স্বায়ত্ত শাসিত পৰিষদে নিজাববীয়া ক্ষমতা আছে ৷ এই বাবে কেএছএই কাৰ্বি আংলঙত সুকীয়া টেট অনুষ্ঠিত কৰিবলৈ এখন সমিতি গঠন কৰাৰ দাবী কাৰ্বি আংলং স্বায়ত্ত শাসিত পৰিষদৰ ওচৰত বাৰম্বাৰ জনাই আহিছিল আৰু আজি এই লৈ পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য তুলিৰাম ৰংহাঙৰ সৈতে কেএছএ নেতৃ বৰ্গৰ এক সৌহাদ্যমূলক আলোচনা হয় ৷ আলোচনা কালত মুখ্য কাৰ্যবাহী সদস্য তুলিৰাম ৰংহাঙে ছাত্ৰ সংগঠনটোৰ দাবীৰ প্ৰতি সঁহাৰি জনাই অহা অক্টোবৰ মাহৰ প্ৰথম সপ্তাহত কাৰ্বি স্বায়ত্ত শাসিত পৰিষদ আৰু কেএছএৰ এক যুটীয়া সঁজাতি দল উক্ত বিষয়লৈ দিল্লীত কেন্দ্ৰীয় বিভাগীয় মন্ত্ৰীক সাক্ষাৎ কৰি দাবী সন্দৰ্ভত অৱগত কৰিব ৷ ইয়াৰ পিছত সঁজাতি দলটো নেশ্যনেল কাউঞ্চিল অব টিছাৰ্ছ এডুকেছনকৰ কাষলৈকো যাব ৷ ইয়াৰ পিছতো টেট সম্বন্ধীয় কেএছএৰ দাবী পূৰণ নহলে সংগঠনটোৱে বৃহৎ গণতান্ত্ৰিক আন্দোলন গঢ়ি তুলিব বুলি সকিয়াই দিয়ে ৷
ডিফু, ২৫ ছেপ্তেম্বৰ: শিক্ষক সকলৰ যোগ্যতা নিৰূপক পৰীক্ষা "টেট'ক লৈ কাৰবি আংলঙত বিভিন্ন দল- সংগঠনে জিলাখনত সুকীয়া টেট অনুষ্ঠিত কৰিবলৈ দাবী জনাই অহাৰ পিছত এইবাৰ এই দাবীৰ প্ৰতি সহমৰ্মিতা প্ৰকাশ কৰিছে কাৰবি আংলং স্বায়ত্ত শাসিত পৰিষদে ৷ আজি ডিফুৰ ৰংখেলান স্থিত কেএছএৰ কাৰ্যালয়ত অনুষ্ঠিত এক সংবাদ মেলত এই কথা সদৰি কৰে কেএছএৰ সভাপতিদ্বয় ক্ৰমে,বিজয় বে' আৰু ছিমিয়ণ ৰংফাৰে ৷ সংবাদ মেলত নেতাদ্বয়ে উল্লেখ কৰে যে , ভাৰতীয় সংবিধান প্ৰদত্ত ষষ্ঠ অনুসূচীৰ অনুশ্ছেদ ৩ আৰু ৮ অনুসৰি প্ৰাথমিক আৰু উচ্চ শিক্ষাৰ পৰিচালনা কৰাৰ বাবে স্বায়ত্ত শাসিত পৰিষদে নিজাববীয়া ক্ষমতা আছে ৷ এই বাবে কেএছএই কাৰবি আংলঙত সুকীয়া টেট অনুষ্ঠিত কৰিবলৈ এখন সমিতি গঠন কৰাৰ দাবী কাৰবি আংলং স্বায়ত্ত শাসিত পৰিষদৰ ওচৰত বাৰম্বাৰ জনাই আহিছিল আৰু আজি এই লৈ পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য তুলিৰাম ৰংহাঙৰ সৈতে কেএছএ নেতৃ বৰ্গৰ এক সৌহাৰ্দ্যমূলক আলোচনা হয় ৷ আলোচনা কালত মুখ্য কাৰ্যবাহী সদস্য তুলিৰাম ৰংহাঙে ছাত্ৰ সংগঠনটোৰ দাবীৰ প্ৰতি সঁহাৰি জনাই অহা অক্টোবৰ মাহৰ প্ৰথম সপ্তাহত কাৰবি স্বায়ত্ত শাসিত পৰিষদ আৰু কেএছএৰ এক যুটীয়া সঁজাতি দল উক্ত বিষয়লৈ দিল্লীত কেন্দ্ৰীয় বিভাগীয় মন্ত্ৰীক সাক্ষাৎ কৰি দাবী সন্দৰ্ভত অৱগত কৰিব ৷ ইয়াৰ পিছত সঁজাতি দলটো নেছনেল কাউঞ্চিল অব টিছাৰ্ছ এডুকেছনকৰ কাষলৈকো যাব ৷ ইয়াৰ পিছতো টেট সম্বন্ধীয় কেএছএৰ দাবী পূৰণ নহলে সংগঠনটোৱে বৃহৎ গণতান্ত্ৰিক আন্দোলন গঢ়ি তুলিব বুলি সকিয়াই দিছে ৷
ছাইদুল ইছলাম, ডিফুBody:************Conclusion:**************