ETV Bharat / state

বৰপথাৰত বৃহৎ পৰিমাণৰ নগদ ধন জব্দ

author img

By

Published : Mar 9, 2021, 9:27 PM IST

মঙলবাৰে বোকাজানৰ বৰপথাৰত তালাচী চলাই প্ৰায় 40 লক্ষাধিক টকা জব্দ আৰক্ষীৰ ৷ বৰপথাৰ আৰক্ষীৰ নিয়মীয়া তালাচীত এজন ব্যৱসায়ীৰ পৰা জব্দ কৰা হয় নগদ ধনখিনি ৷

huge amount seized at bokajan
বৰপথাৰত বৃহৎ পৰিমাণৰ নগদ ধন জব্দ

ডিফু,9 মাৰ্চ: বোকাজানৰ বৰপথাৰত মঙলবাৰে আৰক্ষীয়ে নিয়মীয়া তালাচী চলাই জব্দ কৰে বৃহৎ পৰিমাণৰ নগদ ধন ৷ নিৰ্বাচনী আচৰণ বিধি বলৱৎ থকাৰ মাজতে উদ্ধাৰ হয় বৃহৎ পৰিমাণৰ নগদ ধনখিনি ৷ প্ৰাপ্ত তথ্য অনুসৰি, বৰপথাৰ আৰক্ষীৰ নিয়মীয়া তালাচীত হিমাদ্রী নামৰ AS 09 C 2272 নম্বৰৰ এখন যাত্ৰীবাহী বাছৰ পৰা জব্দ কৰা হৈছে প্ৰায় 40 লক্ষাধিক টকা ।

huge amount seized at bokajan
বৰপথাৰত বৃহৎ পৰিমাণৰ নগদ ধন জব্দ

গোলাঘাটৰ ব্যৱসায়ী পৱন কুমাৰ শৰ্মা নামৰ লোকজনৰ পৰা জব্দ কৰা হৈছে এই বৃহৎ পৰিমাণৰ ধনখিনি । লোকজনে ডিমাপুৰৰ পৰা ধনখিনি অনা বুলি জানিব পৰা গৈছে ।

লগতে পঢ়ক: গোলকগঞ্জত বৃদ্ধা নিৰুদ্দেশ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.