ETV Bharat / state

কাৰ শিৰত মিছ কাৰ্বি আংলং খিতাপ! - ৪ৰ্থ মিছ কাৰ্বি আংলং প্ৰতিযোগিতা ২০১৯

আড়ম্বৰপূৰ্ণভাবে অনুষ্ঠিত প্ৰতিযোগিতাৰ শীৰ্ষ বিজয়ীৰ বাবে কাৰ্বি পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য তুলিৰাম ৰংহাঙৰ স্বৰ্গীয়া মাতৃ বাছাপী টেৰণপী সোঁৱৰণী খিতাপ লাভ কৰিবলৈ সক্ষম হয় ছামি নিৰ্মলা টেৰণপীয়ে

কাৰ শিৰত মিছ কাৰ্বি আংলং খিতাপ!
author img

By

Published : Nov 4, 2019, 11:22 PM IST

ডিফু, ৪ নৱেম্বৰঃ কাজিৰ ৰংহাঙপী মেম'ৰিয়েল টেলেণ্ট হাণ্ট ছ'চাইটিৰ উদ্যোগত দেওবাৰে নিশা ডিফু আৰবৰেটাম কাম ক্ৰাফ্ট চেণ্টাৰত ৪ৰ্থ মিছ কাৰ্বি আংলং প্ৰতিযোগিতা ২০১৯ অনুষ্ঠিত হৈ যায় ৷ আড়ম্বৰপূৰ্ণভাবে অনুষ্ঠিত প্ৰতিযোগিতাৰ শীৰ্ষ বিজয়ীৰ বাবে কাৰ্বি পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য তুলিৰাম ৰংহাঙৰ স্বৰ্গীয়া মাতৃ বাছাপী টেৰণপী সোঁৱৰণী খিতাপ লাভ কৰিবলৈ সক্ষম হয় ছামি নিৰ্মলা টেৰণপীয়ে ৷ লগতে বিজেতা খিতাপ লাভ কৰে দ্বৈতভাবে অৰ্চনা হাঞ্চেপী আৰু অনিকা টেৰণপীয়ে ৷ ইয়াৰোপৰি প্ৰতিযোগিতাৰ শ্ৰেষ্ঠ ফটোজেনিক আৰু শ্ৰেষ্ঠ সাজসজ্জা কাজীৰবন ৰংহাঙপীয়ে লাভ কৰিবলৈ সক্ষম হয় ৷ ৪ৰ্থ মিছ কাৰ্বি আংলঙৰ শুভ উদ্ধোধন কৰে কাৰ্বি পৰিষদৰ কাৰ্যবাহী সদস্য কাছে ৰংপিপীয়ে ৷

কাৰ শিৰত মিছ কাৰ্বি আংলং খিতাপ!

আনহাতে, প্ৰতিযোগিতা খনৰ মুখ্য বিচাৰকৰ ভূমিকা পালন কৰে মিছ গ্লেমাৰ ইণ্ডিয়া আৰু মিছ ৰেইন ব' ছাউথ আফ্ৰিকাৰ খিতাপ বিজয়ী মেঘালয় তুৰা জিলাৰ মিছ মাৰ্চি চাংমাই ৷

Intro:মিছ কাৰবি আংলঙৰ খিতাপ ছামি নিৰ্মলা টেৰণপীৰ শিৰত ৷ বিজেতাদ্বয়ৰ খিতাপ অৰ্চনা হাঞ্চেপী আৰু আৰু অনিকা টেৰণপীৰ ৷

ডিফু, ৪ নৱেম্বৰ:- কাজিৰ ৰংহাঙপী মেম'ৰিয়েল টেলেণ্ট হাণ্ট ছ'চাইটিৰ উদ্যোগত দেউবাৰে নিশা ডিফু আৰবৰেটাম কাম ক্ৰাফ্ট চেণ্টাৰত ৪ৰ্থ মিছ কাৰবি আংলং প্ৰতিযোগিতা ২০১৯ অনুষ্ঠিত হৈ যায় ৷ আড়ম্বৰপূৰ্ণ ভাবে অনুষ্ঠিত প্ৰতিযোগিতাটিৰ শীৰ্ষ বিজয়ীৰ বাবে কাৰবি পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য তুলিৰাম ৰংহাঙৰ স্বৰ্গীয়া মাতৃ বাছাপী টেৰণপী সোঁৱৰণী খিতাপ লাভ কৰিবলৈ সক্ষম হয় ছামি নিৰ্মলা টেৰণপীয়ে ৷ লগতে বিজেতা খিতাপ লাভ কৰে দ্বৈতভাবে অৰ্চনা হাঞ্চেপী আৰু অনিকা টেৰণপীয়ে ৷ ইয়াৰোপৰি প্ৰতিযোগীতাৰ শ্ৰেষ্ট ফট'জেনিক আৰু শ্ৰেষ্ট কষ্টুম কাজীৰবন ৰংহাঙপীয়ে লাভ কৰিবলৈ সক্ষম হয় ৷ ৪ৰ্থ মিছ কাৰবি আংলঙৰ শুভ উদ্ধোধন কৰে কাৰবি পৰিষদৰ কাৰ্যবাহী সদস্য কাছে ৰংপিপীয়ে ৷ আনহাতে প্ৰতিযোগীতা খনৰ মুখ্য বিচাৰকৰ ভূমিকা পালন কৰে মিছ গ্লেমাৰ ইণ্ডিয়া আৰু মিছ ৰেইন ব' ছাউথ আফ্ৰিকাৰ খিতাপ বিজয়ী মেঘালয় তুৰা জিলাৰ মিছ মাৰ্চি চাংমাই ৷ উল্লেখ যোগ্যযে ডিফু চহৰৰ গাতে লাগি থকা আৰবেৰটাম কাম ক্ৰাফ্ট চেণ্টাৰৰ প্ৰাকৃতিক নৈসৰ্গিক পকিবেশৰ মাজত অনুষ্ঠিত হোৱা প্ৰতিযোগিতাটি সফল ভাবে সম্পন্ন হয় ৷

ছাইদুল ইছলাম, ডিফু ৷Body:*********Conclusion:*********
ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.