ETV Bharat / state

বকলীয়াঘাটত দুই উগ্ৰপন্থী কেডাৰ গ্ৰেপ্তাৰ - ডিফু

ডকমকাৰ ভিতৰুৱা অঞ্চলত উগ্ৰপন্থী সংগঠনটোৱে গাঁৱৰ ৰাইজৰ পৰা চাউল, কাপোৰ-কানি আদি সংগঠনটোক যোগান ধৰিবলৈ ভাবুকি প্ৰদান কৰি আহিছিল ৷ সেনা আৰু আৰক্ষীয়ে গোপন সূত্ৰৰ পম খেদি সংগঠনটোৰ দুই সদস্যক আটক কৰিবলৈ সক্ষম হয় ৷

বকলীয়া ঘাটত সেনা আৰক্ষীৰ অভিযানত অস্ত্ৰ- শস্ত্ৰ সহ দুই পিডিচিকে কেডাৰ আটক
author img

By

Published : Jun 1, 2019, 7:17 PM IST

ডিফু, 1 জুনঃ কাৰ্বি আংলঙত পিডিচিকে( পিপলচ ডেমক্ৰেটিক কাউনচিল অৱ কাৰ্বি আংলং) নামৰ উগ্ৰপন্থী সংগঠনটোৰ সাংগঠনিক কাৰ্যকলাপ আৰু ধন সংগ্ৰহৰ ঘটনাই আৰক্ষী আৰু সেনাবাহিনীৰ নিদ্ৰাহৰণ কৰিছে ৷ শুকুৰবাৰে বকলীয়াঘাট তেল ডিপোৰ সন্মুখত ভাৰতীয় সেনাৰ ৰেড হৰ্ণ ডিভিজন আৰু আৰক্ষীয়ে যাত্ৰীবাহী বাছত তালাচী চলাই দুই পিডিচিকেৰৰ সক্ৰিয় সদস্যক আটক কৰে ৷ আটকাধীন দুই সদস্যৰ নাম ৰেণছিং তিচ আৰু অমল ফাংছ ৷

বকলীয়া ঘাটত সেনা আৰক্ষীৰ অভিযানত অস্ত্ৰ- শস্ত্ৰ সহ দুই পিডিচিকে কেডাৰ আটক

আটকাধীন সদস্য দুজনৰ পৰা এটা পইন্ট 22 পিষ্টল, তিনিটা ম'বাইল ফোন , কেইবাজাঁই সজীৱ গুলীৰ লগতে ২'২ পিষ্টলৰ এটা মেগজিন , ৬খন ছিম কাৰ্ড, ৩খন মেম'ৰি কাৰ্ডহ বহু নথি-পত্ৰ জব্দ কৰে৷ উল্লেখ্য যে ডকমকাৰ ভিতৰুৱা অঞ্চলত উগ্ৰপন্থী সংগঠনটোৱে গাঁৱৰ ৰাইজৰ পৰা চাউল, কাপোৰ-কানি আদি সংগঠনটোক যোগান ধৰিবলৈ ভাবুকি প্ৰদান কৰি আহিছিল ৷ সেনা আৰু আৰক্ষীয়ে গোপন সূত্ৰৰ পম খেদি সংগঠনটোৰ দুই সদস্যক আটক কৰিবলৈ সক্ষম হয় ৷ সম্প্ৰতি আৰক্ষীয়ে মাৰাথন জেৰা অব্যাহত ৰাখিছে ৷ উল্লেখ্য যে, কাৰ্বি আংলঙত PDCK উগ্ৰপন্থী সংগঠনটোৰ জন্মদাতা এন ডি এফ বিৰ দুৰ্ধৰ্ষ নেতা সংবিজিৎ ইংতি কাথাৰ ৷

আৰু পঢ়কঃ বাক্সাৰ ভাৰত ভূটান সীমান্তত পুনৰ বনৰীয়া হাতীৰ তাণ্ডৱ

Intro:বকলীয়া ঘাটত সেনা আৰক্ষীৰ
অভিযানত অস্ত্ৰ- শস্ত্ৰ সহ দুই পিডিচিকে কেডাৰ আটক ৷

ডিফু, ১ জুন:- উগ্ৰপন্থী ৰম্যভূমি বুলি খ্যাত পাহাৰীয়া জিলা কাৰবি আংলঙত বিগত কেইবাবছৰ ধৰি উগ্ৰপন্থীৰ কাৰ্যকলাপ কিছু হ্ৰাস পাইছিল যদিও শেহতীয়াকৈ জিলাখনত উগ্ৰপন্থীৰ বিচৰণ বৃদ্ধি পোৱাত পুণৰ সচেতন মহল উদ্বিঘ্ন হৈ পৰিছে ৷ প্ৰাপ্ত তথ্য অনুসৰি পিডিচিকে( পিপলচ ডেমক্ৰেটিক কাউনচিল অৱ কাৰ্বি আংলং) নামৰ উগ্ৰপন্থী সংগঠনটোৰ সাংগঠনিক কাৰ্যকলাপ আৰু ধন সংগ্ৰহৰ ঘটনাই আৰক্ষী আৰু সেনাৰ মুৰৰ কামোৰণিৰ হৈ পৰিছে ৷সেনাৰ এক বিশেষ সূত্ৰে জানিব পৰা মতে শুকুৰ বাৰে বকলীয়াঘাট তেল ডিপুৰ সমুখত ভাৰতীয় সেনাৰ ৰেড হৰ্ণ ডিভিজন আৰু আৰক্ষীয়ে যাত্ৰীবাহী বাছত তালাচী চলাই দুজন পিডিচিকেৰ ৰ সক্ৰি সদস্য আটক কৰে ৷ আটকাধীন দুই সদস্য ক্ৰমে ,ৰেণছিং তিচ আৰু অমল ফাংছ ৷
আটকাধীন সদস্য দুজনৰ পৰা এটা পইন্ট 22 পিষ্টল, তিনিটা মোবাইল ফোন , কেইবাজাঁই সজীৱ গুলী লগতে ২'২ পিষ্টলৰ মেগজিন এটা, ৬ টা ছীম কাৰ্ড, ৩টা মেমৰি, এটা ক'লা ৰঙৰ এডিডাছ বেগ ,ইউনিফৰ্ম আৰু নগদ পাচ হাজাৰ আঠশ পঁচপন টকা, উদ্ধাৰ কৰিবলৈ সক্ষম হৈছে ৷ উল্লেখ্য, ডকমকাৰ ভিতৰুৱা অঞ্চলত উগ্ৰপন্থী সংগঠনটোৱে
জুৰ জুলুম কৰি গাঁৱৰ লোকক ধন সংগ্ৰহ, চাউল, বজাৰৰ পৰা কাপোৰ কানি কিনি আনি সংগঠনটোক দিবলৈ ভাবুকি প্ৰদান কৰি আহিছিল ৷ সেনা আৰু আৰক্ষীয়ে গোপন সুত্ৰৰ পম খেদি সংগঠনটোৰ এই দুই সদস্যক আটক কৰিবলৈ সক্ষম হয় ৷
সম্প্ৰতি আৰক্ষীয়ে দুয়োজনকে মাৰাথন জেৰা অহ্যাহত ৰাখিছে ৷ উল্লেখ্য, কাৰ্বি আংলঙত PDCK উগ্ৰপন্থি সংগঠনটোৰ
জন্মদাতা একালৰ দুধৰ্ষ সন্ত্ৰাস সৃষ্টিকাৰী
সংবিজিৎ ইংতি কাঠাৰ

ছাইদুল ইছলাম,ডিফুBody:****************************************Conclusion:*********************************-*****
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.