ETV Bharat / state

যুৱ সাংবাদিক মঞ্চৰ উদ্যোগত 'মন ব'হাগী' অনুষ্ঠান - 'মন ব'হাগী

অনুষ্ঠানৰ লগত সংগতি ৰাখি সাংবাদিক সকলৰ মাজত অনুষ্ঠিত হয় বিভিন্ন খেল-ধেমালিৰ ৷ লগতে আমন্ত্ৰিত বিহু দলে পৰিবেশন কৰে বিহু নৃত্য ৷

যুৱ সাংবাদিক মঞ্চৰ উদ্যোগত 'মন ব'হাগী' অনুষ্ঠান
author img

By

Published : Apr 13, 2019, 8:33 PM IST

গুৱাহাটী, 13 এপ্ৰিলঃ অসমীয়াৰ বাপতি সাহোন ৰঙৰ উৎসৱ ৰঙালী বিহু ৷ কাইলৈ বহাগ বিহুৰ উৰুকা ৷ চৌদিশে উচাহৰ ঢল ৷ বিহু উপলক্ষ্যে যুৱ সাংবাদিক মঞ্চ, অসমৰ উদ্যোগত অনুষ্ঠিত হ'ল 'মন ব'হাগী' শীৰ্ষক এক অনুষ্ঠানৰ ৷

যুৱ সাংবাদিক মঞ্চৰ উদ্যোগত 'মন ব'হাগী' অনুষ্ঠান

অনুষ্ঠানৰ লগত সংগতি ৰাখি সাংবাদিক সকলৰ মাজত অনুষ্ঠিত হয় বিভিন্ন খেল-ধেমালিৰ ৷ লগতে আমন্ত্ৰিত বিহু দলে পৰিবেশন কৰে বিহু নৃত্য ৷ দিনযোৰা কাৰ্যসুচীৰে অনুষ্ঠিত হোৱা এই অনুষ্ঠানত বহুসংখ্যক লোকে অংশ গ্ৰহণ কৰে ৷

উৰুকাৰ দিনটোত ৰাজ্যৰ চৌদিশে উচাহৰ ঢল ৷ৰঙালী বিহুক লৈ হেঁপাহৰ  অন্ত নাই প্ৰতি গৰাকী অসমীয়াৰ ৷ ৰঙালী বিহু উপলক্ষ্যে শনিবাৰে যুৱ সাংবাদিক মঞ্চ, অসমৰ উদ্যোগত অনুষ্ঠিত হয় মন ব'হাগী শীৰ্ষক এক অনুষ্ঠানৰ ৷ অনুষ্ঠানৰ লগত সংগতি ৰাখি সাংবাদিক সকলৰ মাজত অনুষ্ঠিত হয় বিভিন্ন খেল-ধেমালিৰ ৷ লগতে আমন্ত্ৰিত বিহু দলে পৰিবেশন কৰে বিহু নৃত্য ৷ দিনযোৰা কাৰ্যসুচীৰে অনুষ্ঠিত হোৱা এই অনুষ্ঠানত বহুসংখ্যক লোকে অংশ লয় ৷

Lipika deka...Guwahati
ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.