দক্ষিণ কামৰূপ, 2 ছেপ্তেম্বৰঃ দেওবাৰৰ পৰা দেশত বলবৎ হোৱা নতুন যান-বাহন আইনৰ বিষয়ে অৱগত আৰু প্ৰচাৰৰ উদ্দেশ্যে মিৰ্জাত কামৰূপ গ্ৰাম্য জিলাৰ পৰিবহন বিষয়া গৌতম দাসৰ নেতৃত্বত এক পথ সজাগতা সভা অনুষ্ঠিত কৰা হয় ৷ দেশৰ যান-বাহন আইনৰ ক্ষেত্ৰত ১ ছেপ্তেম্বৰৰ পৰা দেশত বলবৎ হোৱা নতুন যান-বাহন আইন অনুসৰি--
সুৰা সেৱন কৰি বাহন চলালে-১০,০০০,
হেলমেট পৰিধান নকৰাকৈ বাহন চলালে-১০০০ টকা জৰিমনাৰ লগতে ৩ মাহৰ বাবে লাইচেঞ্চ বাতিল,
চিটবেল্ট পৰিধান নকৰাকৈ চলালে-১০০০,
মোবাইল ফোন ব্যৱহাৰ কৰি চলালে-৫০০০,
লাইচেঞ্চ অবিহনে চলালে-৫০০০,
দুচকীয়া বাহনত ৩জন উঠিলে-১০০০,
বীমা অবিহনে-২০০০,
তীব্ৰ গতিত চলালে-২০০০,
অভাৰ লোডিংত-২০০০,
বিপদসংকুলভাৱে চলালে-৫০০০,
সংকেট নামানিলে-৫০০০,
এম্বুলেঞ্চক বাট এৰি নিদিলে-১০,০০০ আৰু
নাবালকক চলাব দিলে-২৫,০০০ টকা জৰিমনা বিহাৰ লগতে ২৫ বছৰ বয়সলৈকে লাইচেঞ্চ নাপাব অথবা অভিভাৱকৰ ৩বছৰ পৰ্যন্ত জেল হ'ব আদি বিভিন্ন সংশোধনীসমূহৰ সম্পৰ্কে আৰক্ষীয়ে তথ্যসম্বলিত প্ৰচাৰ পত্ৰ বিতৰণ কৰে ৷ তদুপৰি, পথ সজাগতাৰ অংশৰূপে পথ দুৰ্ঘটনাক কেন্দ্ৰ কৰি সৃষ্টি হ'ব পৰা পৰিস্থিতিৰ ওপৰত দক্ষিণ কামৰূপ মহাবিদ্যালয়ৰ ছাত্ৰ ছাত্ৰী সকলে বাটৰ নাট প্ৰদৰ্শন কৰে ৷
দক্ষিণ কামৰূপত যান-বাহন আৰক্ষীৰ পথ সজাগতা সভা - South Kamrup
দক্ষিণ কামৰূপৰ মিৰ্জাৰ মামণি ৰয়ছম গোস্বামী চকত যান-বাহন আৰক্ষীৰ উদ্যোগত অনুষ্ঠিত হয় পথ সজাগতা সভা ৷ পথ সজাগতাৰ অংশৰূপে পথ দুৰ্ঘটনাক কেন্দ্ৰ কৰি সৃষ্টি হ'ব পৰা পৰিস্থিতিৰ ওপৰত বাটৰ নাট প্ৰদৰ্শন কৰে কেইজনমান যুৱক-যুৱতীয়ে । আনহাতে, দেওবাৰৰ পৰা দেশত বলবৎ হোৱা নতুন যান-বাহন আইনৰ বিষয়ে অৱগত আৰু প্ৰচাৰৰ উদ্দেশ্যে পৰিবহন বিষয়া গৌতম দাসৰ নেতৃত্বত এক সজাগতা সভা অনুষ্ঠিত কৰা হয় মিৰ্জাত ।
দক্ষিণ কামৰূপ, 2 ছেপ্তেম্বৰঃ দেওবাৰৰ পৰা দেশত বলবৎ হোৱা নতুন যান-বাহন আইনৰ বিষয়ে অৱগত আৰু প্ৰচাৰৰ উদ্দেশ্যে মিৰ্জাত কামৰূপ গ্ৰাম্য জিলাৰ পৰিবহন বিষয়া গৌতম দাসৰ নেতৃত্বত এক পথ সজাগতা সভা অনুষ্ঠিত কৰা হয় ৷ দেশৰ যান-বাহন আইনৰ ক্ষেত্ৰত ১ ছেপ্তেম্বৰৰ পৰা দেশত বলবৎ হোৱা নতুন যান-বাহন আইন অনুসৰি--
সুৰা সেৱন কৰি বাহন চলালে-১০,০০০,
হেলমেট পৰিধান নকৰাকৈ বাহন চলালে-১০০০ টকা জৰিমনাৰ লগতে ৩ মাহৰ বাবে লাইচেঞ্চ বাতিল,
চিটবেল্ট পৰিধান নকৰাকৈ চলালে-১০০০,
মোবাইল ফোন ব্যৱহাৰ কৰি চলালে-৫০০০,
লাইচেঞ্চ অবিহনে চলালে-৫০০০,
দুচকীয়া বাহনত ৩জন উঠিলে-১০০০,
বীমা অবিহনে-২০০০,
তীব্ৰ গতিত চলালে-২০০০,
অভাৰ লোডিংত-২০০০,
বিপদসংকুলভাৱে চলালে-৫০০০,
সংকেট নামানিলে-৫০০০,
এম্বুলেঞ্চক বাট এৰি নিদিলে-১০,০০০ আৰু
নাবালকক চলাব দিলে-২৫,০০০ টকা জৰিমনা বিহাৰ লগতে ২৫ বছৰ বয়সলৈকে লাইচেঞ্চ নাপাব অথবা অভিভাৱকৰ ৩বছৰ পৰ্যন্ত জেল হ'ব আদি বিভিন্ন সংশোধনীসমূহৰ সম্পৰ্কে আৰক্ষীয়ে তথ্যসম্বলিত প্ৰচাৰ পত্ৰ বিতৰণ কৰে ৷ তদুপৰি, পথ সজাগতাৰ অংশৰূপে পথ দুৰ্ঘটনাক কেন্দ্ৰ কৰি সৃষ্টি হ'ব পৰা পৰিস্থিতিৰ ওপৰত দক্ষিণ কামৰূপ মহাবিদ্যালয়ৰ ছাত্ৰ ছাত্ৰী সকলে বাটৰ নাট প্ৰদৰ্শন কৰে ৷
Body:Vo..এটা দুৰ্ঘটনা আৰু দুৰ্ঘটনাটোক কেন্দ্ৰ কৰি উত্তপ্ত পৰিস্থিতি মিৰ্জাৰ মামনি ৰয়চম গোস্বামী চ'কত । মিৰ্জাৰ দক্ষিণ কামৰূপ মহাবিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীয়ে প্ৰহাৰ কৰিলে এজন উদন্ত বাইক আৰোহীক । এগৰাকী যুৱতীক উদন্ত বাইক আৰোহীজনে খুণ্ডা মৰাক কেন্দ্ৰ কৰি সৃষ্টি হ'ল এই উত্তপ্ত পৰিস্থিতিৰ । জিলা পৰিবহন বিষয়াৰ সন্মুখতে উদন্ত চালকজনক বগৰাই বগৰাই উত্তম-মধ্যম দিলে যুৱকজনক । হেলমেট পৰিধান নকৰাৰ বাবেও চৰ সোধালে যুৱকজনক । পিছে ৰ'ব চিন্তা নকৰিব এইখন আছিল এখন বাটৰ নাট হে । এটি দুৰ্ঘটনাক কেন্দ্ৰ কৰি সৃষ্টি হোৱা পৰিস্থিতি এনেদৰে প্ৰদৰ্শন কৰে কেইজনমান যুৱক-যুৱতীয়ে । যোৱাকালিৰে পৰা দেশত বলবৎ হোৱা নতুন যান-বাহন আইনৰ বিষয়ে অৱগত আৰু প্ৰচাৰৰ উদ্দেশ্যে পৰিবহন বিষয়া গৌতম দাসৰ নেতৃত্বত এক সজাগতা সভা অনুস্থিত কৰা হয় মিৰ্জাত । ১ ছেপ্তেম্বৰৰ পৰা দেশত বলবৎ হোৱা নতুন যান-বাহন আইন অনুসৰি--
সুৰা শেৱন কৰি বাহন চলালে-১০,০০০,
হেলমেট পৰিধান নকৰাকৈ বাহন চলালে-১০০০ টকা জৰিমনাৰ লগতে ৩ মাহৰ বাবে লাইচেঞ্চ বাতিল,
চিটবেল্ট পৰিধান নকৰাকৈ চলালে-১০০০,
মোবাইল ফোন ব্যৱহাৰ কৰি চলালে-৫০০০,
লাইচেঞ্চ অবিহনে চলালে-৫০০০,
দুচকীয়া বাহনত ৩জন উঠিলে-১০০০,
বীমা অবিহনে-২০০০,
তীব্ৰ গতিত চলালে-২০০০,
অভাৰ লোডিংত-২০০০,
বিপদসংকুলভাৱে চলালে-৫০০০,
সংকেট নামানিলে-৫০০০,
এম্বুলেঞ্চক বাট এৰি নিদিলে-১০,০০০ আৰু
নাবালকক চলাব দিলে-২৫,০০০ টকা জৰিমনা বিহাৰ লগতে ২৫ বছৰ বয়সলৈকে লাইচেঞ্চ নাপাব অথবা অভিভাৱকৰ ৩বছৰ পৰ্যন্ট জেল হ'ব ।
Bite..DTO ।
Conclusion:এই সজাগতা সভাতে পথচাৰীসকলোকো প্ৰচাৰপত্ৰ প্ৰেৰণ কৰে । এতিয়াৰে সকলো সজাগ হওক কিয়ণো আপোনাৰ অকনমান ভুলে আপোনাৰ ক্ষতিৰ লগতে আনৰো যাতে ক্ষতি নকৰে ।
দক্ষিণ কামৰূপ/আজাৰা পৰা অজয় দাস,etv bharat assam
(Desk if possible please make a small package this)