ETV Bharat / state

মহানগৰীত জব্দ বৃহৎ পৰিমাণৰ চুলাই - চুলাই

নিশা মহানগৰীৰ পাণ্ডুত উত্তপ্ত পৰিস্থিতি ৷ এখন চুলাই ভৰ্তি চাৰিচকীয়া বাহনক কেন্দ্ৰ কৰি সৃষ্টি হয় এই পৰিস্থিতিৰ ৷ পাণ্ডুত চুলাই যোগান ধৰি থকা অৱস্থাত পাণ্ডু বজাৰ কমিটিয়ে হাতে-লোটে ধৰে এখন চাৰিচকীয়া বাহন ৷

নিশা মহানগৰীত জব্দ বৃহৎ পৰিমাণৰ চুলাই
author img

By

Published : Aug 5, 2019, 7:41 AM IST

গুৱাহাটী, 5 আগষ্ট: নিশা মহানগৰীৰ পাণ্ডুত উত্তপ্ত পৰিস্থিতি ৷ এখন চুলাই ভৰ্তি চাৰিচকীয়া বাহনক কেন্দ্ৰ কৰি সৃষ্টি হয় এই পৰিস্থিতিৰ ৷ পাণ্ডুত চুলাই যোগান ধৰি থকা অৱস্থাত পাণ্ডু বজাৰ কমিটিয়ে হাতে-লোটে ধৰে এখন চাৰিচকীয়া বাহন ৷ গোৰেশ্বৰৰ পৰা মহানগৰীৰ বিভিন্ন স্থানত যোগান ধৰাৰ উদ্দেশ্যে অনা হৈছিল অবৈধ চুলাইখিনি ৷ বাহনখনত মজুত আছিল বৃহৎ পৰিমাণৰ চুলাই ৷

নিশা মহানগৰীত জব্দ বৃহৎ পৰিমাণৰ চুলাই

চুলাইখিনি উদ্ধাৰ কৰিয়েই পাণ্ডু বজাৰ কমিটিয়ে খবৰ দিয়ে জালুকবাৰী আৰক্ষীক ৷ বৰ্তমান ঘটনাস্থলীত জালুকবাৰী আৰক্ষী উপস্থিত হৈ বাহনখনৰ লগতে মহিলাসহ দুজন লোকক আটক কৰে ৷

জব্দকৃত বাহনখনৰ নম্বৰ AS01 DL 8487 বুলি জানিব পৰা গৈছে। উল্লেখযোগ্য যে এতিয়া নিচাযুক্ত সামগ্ৰীৰ মূল ঘাটি হৈ পৰিছে পাণ্ডু-মালিগাঁও। আৱকাৰী বিভাগৰ নিৰ্লিপ্ততাৰ সুযোগ লৈ এনেদৰেই মুকলিকৈ বিক্ৰী হৈছে সুৰা।

Intro:নিশা মহানগৰীৰ পাণ্ডুত উত্তপ্ত পৰিস্থিতি। এখন চুলাই ভৰ্তি চাৰিচকীয়া বাহনক কেন্দ্ৰ কৰি সৃষ্টি হয় এই পৰিস্থিতিৰ। পাণ্ডুত চুলাই যোগান ধৰি থকা অৱস্থাত পাণ্ডু বজাৰ কমিটিয়ে হাতে-লোতে ধৰে এখন চুলাই ভৰ্তি চাৰিচকীয়া বাহন। গোৰেশ্বৰৰ পৰা মহানগৰীৰ বিভিন্ন স্থানত যোগান ধৰাৰ উদ্দেশ্যে আনিছিল অবৈধ চুলাইখিনি। বাহনখনত বৃহৎ পৰিমাণৰ মজুত আছিল চুলাই। ইফালে পাণ্ডু বজাৰ কমিটিয়ে খবৰ দিয়ে জালুকবাৰী আৰক্ষীক। বৰ্তমান ঘটনাস্থলীত জালুকবাৰী আৰক্ষী উপস্থিত হৈ বাহনখনৰ লগতে আটক কৰে মহিলাসহ দুজনক। জব্দকৃত বাহনখনৰ নম্বৰ AS01 DL 8487 বুলি জানিব পৰা গৈছে। উল্লেখযোগ্য যে এতিয়া নিচাযুক্ত সামগ্ৰীৰ মূল ঘাটি হৈ পৰিছে পাণ্ডু-মালিগাঁও। আৱকাৰী বিভাগৰ নিৰ্লিপ্ততাৰ সুযোগ লৈ এনেদৰেই মুকলিকৈ বিক্ৰী হৈছে সুৰা। Body:Hirul Haque Conclusion:Guwahati
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.