ETV Bharat / state

অসম সাহিত্য সভাৰ পতাকা উত্তোলন কৰিলে ডঃ পৰমানন্দ ৰাজবংশীয়ে - অসম সাহিত্য সভাৰ পতাকা উত্তোলন কৰিলে ডঃ পৰমানন্দ ৰাজবংশীয়ে

অসম সাহিত্য সভাৰ মূল পতাকাখনৰ চাৰিওফালে আছে  জনগোষ্ঠীয় সাহিত্য সভা আৰু যুৱ-ছাত্ৰ সংগঠনৰ প্ৰতিনিধিৰ ৭৫ খন পতাকা। এই ৭৫ খনৰ চাৰিওফালে ১০২ খন অন্য পতাকা । আজিৰ অনুষ্ঠানত উপস্থিত থাকে সমগ্ৰ শুৱালকুচি অঞ্চলৰ শিক্ষানুষ্ঠান সমূহৰ অধ্যক্ষ, প্ৰধান শিক্ষক, জিলা সভাৰ সভাপতি, উপ সভাপতি তথা সম্পাদকসকল ।

অসম সাহিত্য সভাৰ পতাকা উত্তোলন কৰিলে ডঃ পৰমানন্দ ৰাজবংশীয়ে

author img

By

Published : Feb 2, 2020, 2:07 PM IST

শুৱালকুছি, 2 ফেব্ৰুৱাৰীঃ অসম সাহিত্য সভাৰ পঞ্চসপ্ততিতম শুৱালকুছি অধিৱেশনৰ তৃতীয় দিনত সভাৰ মূল পতাকা উত্তোলন কৰে অসম সাহিত্য সভাৰ সভাপতি ডঃ পৰমানন্দ ৰাজবংশীয়ে ৷ অসম সাহিত্য সভাৰ মূল পতাকাখনৰ চাৰিওফালে আছে জনগোষ্ঠীয় সাহিত্য সভা, যুৱ-ছাত্ৰ সংগঠনৰ প্ৰতিনিধিৰ ৭৫ খন পতাকা। এই ৭৫ খনৰ চাৰিওফালে ১০২ খন অন্য পতাকা । আজিৰ অনুষ্ঠানত উপস্থিত থাকে সমগ্ৰ শুৱালকুচি অঞ্চলৰ শিক্ষানুষ্ঠান সমূহৰ অধ্যক্ষ, প্ৰধান শিক্ষক, জিলা সভাৰ সভাপতি, উপ সভাপতি তথা সম্পাদক সকল । এই অনুষ্ঠানত অসমৰ জাতীয় আন্দোলনৰ শ্বহীদলৈ শ্ৰদ্ধাঞ্জলিও জ্ঞাপন কৰা হয় ৷ অনুষ্ঠানৰ মুখ্য বন্তি প্ৰজ্বলক হিচাপে উপস্থিত থাকে শ্ৰী শ্ৰী বুঢ়া সত্ৰধিকাৰ শুৱালকুচি হাতী সত্ৰৰ ভগ্নেশ্বৰ মহন্তৰ লগতে মুখ্য তৰ্পক সদৌ অসম ছাত্ৰ সন্থাৰ সহকাৰী সম্পাদক প্ৰকাশ দাস ।

অসম সাহিত্য সভাৰ পতাকা উত্তোলন কৰিলে ডঃ পৰমানন্দ ৰাজবংশীয়ে

"অসম সাহিত্য সভাত সভাপতিয়েই মূল, সভাপতিৰ ওপৰত কোনো হ'ব নোৱাৰে ৷ মই উপদেষ্টা হ'ব বিচৰাও নাই ৷ " আনহাতে সভাৰ অনুষ্ঠানত ৰাইজক উদ্দেশ্যি এনে ধৰণে মন্তব্য কৰে অসম সাহিত্য সভাৰ সভাপতি ডঃ পৰমানন্দ ৰাজবংশীয়ে ৷

Intro:sahita sava sualkuchi potoka utalan visual only

Body:sahita sava sualkuchi potoka utalan visual only

Conclusion:sahita sava sualkuchi potoka utalan visual only
ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.