ETV Bharat / state

বৰঝাৰ বিমানবন্দৰৰ সমীপৰ ভি আই পি বুল্লাত পথ দুৰ্ঘটনা

অচিনাক্ত বাহনে মহতিয়াই এগৰাকী মহিলাক

বৰঝাৰ বিমানবন্দৰৰ সমীপৰ ভি আই পি বুল্লাত পথ দুৰ্ঘটনা
author img

By

Published : Jun 21, 2019, 12:23 AM IST

আজাৰা,২০ জুনঃবৰঝাৰ বিমানবন্দৰৰ সমীপৰ ভি আই পি বুল্লাত পথ দুৰ্ঘটনা । এখন অচিনাক্ত বাহনে মহতিয়াই এগৰাকী মহিলাক । গুৱাহাটী-গোৱালপাৰা সংযোগী ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথত সংঘটিত হৈছে এই দুৰ্ঘটনাটো । পথৰ দাঁতিতে মহতিয়াই নিয়ে মহিলাগৰাকীক । স্থানীয় লোকে ১০৮ত খবৰ দিয়াতো কোনো এম্বুলেঞ্চ উপস্থিত নোহাৱাত পথতে চটফটাই আছিল বৃদ্ধ মহিলাগৰাকী । পিছত আজাৰা আৰক্ষীক খবৰ দিয়াত আৰক্ষীৰ লোক উপস্থিত হৈ প্ৰাথমিক চিকিৎসাৰ বাবে আজাৰা চিকিৎসালয়ত ভৰ্তি কৰে কিন্তু আঘাত গুৰুতৰ বাবে সংকটজনকভাৱে প্ৰেৰণ কৰে জি এম চি এইছলৈ ।

Slug:-As_Kam_20june_road_accident_at_vip_801_as10020

বৰঝাৰ বিমানবন্দৰৰ সমীপৰ ভি আই পি বুল্লাত পথ দুৰ্ঘটনা ।

Ocvo..বৰঝাৰ বিমানবন্দৰৰ সমীপৰ ভি আই পি বুল্লাত পথ দুৰ্ঘটনা । কোনো অচিনাক্ত বাহনে মহতিয়াই এগৰাকী মহিলাক । গুৱাহাটী-গোৱালপাৰা সংযোগী ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথত সংঘটিত হৈছে এই দুৰ্ঘটনাটি । পথৰ দাতিতে মহতিয়াই নিয়ে মহিলাগৰাকীক । স্থানীয় লোকে ১০৮ত খবৰ দিয়াতো কোনো এম্বুলেঞ্চ উপস্থিত নোহাৱাত পথতে চতফটাই আছিল বৃদ্ধ মহিলাগৰাকী । পিছত আজাৰা আৰক্ষীক খবৰ দিয়াত আৰক্ষীৰ লোক উপস্থিত হৈ প্ৰাথমিক চিকিৎসাৰ বাবে আজাৰা চিকিৎসালয়ত ভৰ্তি কৰে কিন্তু আঘাত গুৰুতৰ বাবে সংকটজনকভাৱে GMCHলৈ প্ৰেৰণ কৰে ।

Bite..

দক্ষিণ কামৰূপ/আজাৰা পৰা অজয় দাস,etv bharat assam

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.