ETV Bharat / state

দক্ষিণ কামৰূপৰ বৰিহাটত অজগৰ উদ্ধাৰ - অজগৰ উদ্ধাৰ

ৰাণী বনবিভাগৰ লোক উপস্থিত হৈ স্থানীয় ৰাইজৰ সহযোগত উদ্ধাৰ কৰে অজগৰডাল ।

দক্ষিণ কামৰূপৰ বৰিহাটত অজগৰ উদ্ধাৰ
author img

By

Published : Apr 11, 2019, 1:51 PM IST

কামৰূপ, 11 এপ্ৰিলঃ দক্ষিণ কামৰূপৰ বৰিহাটত উদ্ধাৰ কৰা হৈছে অজগৰ ৷ বৰিহাটৰ দৎকুছিৰ কিৰণ কলিতা নামৰ লোকজনৰ ঘৰত উদ্ধাৰ কৰা হয় অজগৰ ডাল ৷ লোকজনৰ ঘৰত পৰিয়ালৰ লোকে কাম কৰি থকা অৱস্থাত প্ৰত্যক্ষ কৰে অজগৰ ডাল ৷ পিছত স্থানীয় ৰাইজে ৰাণী বনবিভাগক খবৰ দিয়াত বনবিভাগৰ লোক উপস্থিত হৈ স্থানীয় ৰাইজৰ সহযোগত অজগৰ ডাল উদ্ধাৰ কৰি ৰাণী বনাঞ্চলিক কাৰ্যলয়লৈ লয় যায় ।

দক্ষিণ কামৰূপৰ বৰিহাটত অজগৰ উদ্ধাৰ

উল্লেখ্য যে, চোৰাং কাঠ বেপাৰীয়ে বনাঞ্চল ধংস কৰি অহাৰ ফলতে এইদৰে এতিয়া অজগৰ খাদ্যৰ সন্ধানত জনাঞ্চললৈ সঘনাই নামি অহা দেখিবলৈ পোৱা যায় ৷

Slug:-A_Kam_Python_Recover_at_Mirza_801-803_vis+photo_Ajay_Das

দক্ষিণ কামৰূপৰ বৰিহাটত অজগৰ উদ্ধাৰ ।

Vo...দক্ষিণ কামৰূপৰ বৰিহাটত অজগৰ উদ্ধাৰ ।বৰিহাটৰ দৎকুছিৰ কিৰণ কলিতা নামৰ এজন লোকৰ ঘৰৰ কাম কৰি থকা অৱস্থাত পৰিয়ালৰ লোকে পদূলিমূখত প্ৰত্যক্ষ কৰে প্ৰকাণ্ড অজগৰ ডাল।পিছত স্হানীয় ৰাইজ উপস্থিত হৈ ৰাণী বনবিভাগক খবৰ দিয়াত বনবিভাগৰ লোক উপস্থিত হৈ স্হানীয় ৰাইজৰ সহযোগত অজগৰ ডাল উদ্ধাৰ কৰি ৰাণী বনাঞ্চলিক কাৰ্যলয়লৈ লয় যায় । উল্লেখ্য যে চোৰাং কাঠ বেপাৰীয়ে বনাঞ্চল ধংস কৰি অহাৰ ফলতে এইদৰে খাদ্যৰ সন্ধানত জনাঞ্চলৰ মাজত সঘনাই নামি অহা দেখিবলৈ পোৱা যায় এতিয়া অজগৰ ।

দক্ষিণ কামৰূপ/আজাৰা পৰা অজয় দাস,etv bharat assam

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.