ETV Bharat / state

১৬ দিনীয়া প্ৰশিক্ষণৰ সামৰণী - বৃত্তি

কামৰূপ জিলাৰ বিভিন্ন ঠাইত অনুস্থিত হৈ যায় প্ৰশিক্ষণ

১৬ দিনীয়া প্ৰশিক্ষণৰ সামৰণী
author img

By

Published : Aug 1, 2019, 2:34 AM IST

আজাৰা, 1 আগষ্ট : Skill Indiaৰ উদ্যোগত কামৰূপ জিলাৰ বিভিন্ন ঠাইত অনুস্থিত হৈ যায় প্ৰশিক্ষণ ৷ ইয়াৰ জৰিয়তে বিভিন্ন অঞ্চলৰ যুৱক-যুৱতীক বৃত্তিমুখী আৰু কাৰিকৰী বিষয়ক প্ৰশিক্ষণৰ ব্যৱস্থা গ্ৰহন কৰা হয় । ১৬ জুলাইৰ পৰা ৩১ জুলাইলৈ ১৬ দিনীয়াকৈ অনুস্থিত হয় এই প্ৰশিক্ষণ । এই প্ৰশিক্ষণত 'স্বচ্ছতা পষেক' শীৰ্ষক কাৰ্যসুচী ৰূপায়নেৰে স্বচ্ছতা বিষয়ক কৰ্মশালা, সজাগতা সভা, শোভাযাত্ৰা, শ্ৰমদান , ৰাজহুৱা স্থানত চাফাই আদি কাৰ্যও ৰূপায়ন কৰা হয় । বুধবাৰে মিৰ্জাৰ সমীপৰ দক্ষিণেশ্বৰ কালী মন্দিৰ প্ৰাঙ্গনত সামৰণী অনুস্থান অনুস্থিত হয় । এই অনুস্থানত জন শিক্ষন সংস্থানৰ অধ্যক্ষ ড° দেৱদত্ত বৰকটকী, সঞ্চালক মুনীন কাকতিৰ লগতে বহুতো বিশিষ্ট ব্যক্তি উপস্থিত থাকে ।

Intro:Skill Indiaৰ উদ্যোগত কামৰূপ জিলাৰ বিভিন্ন ঠাইত অনুস্থিত হোৱা প্ৰশিক্ষণৰ সামৰণী ।Body:Ocvo..Skill Indiaৰ উদ্যোগত কামৰূপ জিলাৰ বিভিন্ন ঠাইত জন শিক্ষন সংস্থানে বিভিন্ন অঞ্চলৰ যুৱক-যুৱতীসকলোক বিভিন্ন বৃত্তিমুখী আৰু কাৰিকৰী বিষয়ক প্ৰশিক্ষণৰ ব্যৱস্থা গ্ৰহন কৰিছিল । দক্ষিণ কামৰূপৰ বিভিন্ন ঠাইত এইবৰ্ষৰ প্ৰশিক্ষণ শিৱিৰ অনুস্থিত কৰা হয় । যোৱা ১৬ জুলাইৰ পৰা ৩১ জুলাইলৈ ১৬ দিনীয়াকৈ অনুস্থিত হয় এই প্ৰশিক্ষণ । এই প্ৰশিক্ষণত 'স্বচ্ছতা পষেক' শীৰ্ষক কাৰ্যসুচী ৰূপায়ন কৰিছিল এই কাৰ্যসুচীত স্বচ্ছতা বিষয়ক কৰ্মশালা,সজাগতা সভা,শোভাযাত্ৰা,শ্ৰমদান ,ৰাজহুৱা স্থানত চাফাই আদি ৰূপায়ন কৰে । আজি সামৰণী পৰিল এই প্ৰশিক্ষণৰ । আজি মিৰ্জাৰ সমীপৰ দক্ষিণেশ্বৰ কালী মন্দিৰ প্ৰাঙ্গনত সামৰণী অনুস্থান অনুস্থিত হয় । এই অনুস্থানত উপস্থিত থাকে জন শিক্ষন সংস্থানৰ অধ্যক্ষ ড° দেৱদত্ত বৰকটকী,সঞ্চালক মুনীন কাকতিৰ লগতে বহুতো বিশিষ্ট ব্যক্তিসকল । Conclusion:সামৰণি অনুস্থানত চাফ-চিকুন,বৃক্ষৰোপন আদি বিভিন্ন কাৰ্যসুচী হাতত লোৱা হয় ।

Bite..

দক্ষিণ কামৰূপ/আজাৰা পৰা অজয় দাস,etv bharat assam
ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.