ETV Bharat / state

বাস্তৱত সুকীয়া অস্তিত্ব আছেনে ডিটেনছন কেম্পৰ

প্ৰকৃতাৰ্থত ডিটেনছন কেম্পৰ কোনো সুকীয়া অস্তীত্ব নাই বুলি দাৱী কৰিছে বিধায়ক শিলাদিত্য দেৱে ৷ কাৰাগাৰ সমূহকে ডিটেনছন কেম্প হিচাপে ব্য়ৱহাৰ কৰি অহাৰ কথা প্ৰকাশ কৰিছে বিধায়কগৰাকীয়ে ৷

author img

By

Published : Oct 26, 2019, 2:24 PM IST

ডিটেনছন কেম্প

গুৱাহাটী, 26 অক্টোবৰঃ ডিটেনছন কেম্প নে মৃত্যুৰ উপত্যকা ! 2016 চনৰ পৰা 2019 চনৰ 31 জুলাইলৈ তিনি বছৰত ডিটেছন কেম্পত মৃত্যু 24 জন লোকৰ ৷ তাৰ পাচত শেহতীয়াকৈ মৃত্যু দুজনৰ ৷ প্ৰশ্ন হয়, কেনেকৈ চলিছে ডিটেনছন কেম্পসমূহ ! নিজৰ মৌলিক অধিকাৰ কেইটাও হেৰুৱাইছে নেকি এই সকল বন্দীয়ে, মানৱীয় দৃষ্টি-ভংগীৰে চোৱা নহয় নেকি বিদেশী হিচাপে ঘোষিত এই লোকসকলক ৷

শেহতীয়াকৈ ডিটেনছন কেম্পসমূহত কেইবাগৰাকীও বন্দীৰ মৃত্যু হোৱা ঘটনাক গুৰুত্বসহকাৰে গ্ৰহণ কৰিছে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে ৷ সেয়েহে ডিটেনছন কেম্পসমূহ প্ৰকৃততে কিমান বিজ্ঞানসন্মত বা স্বাস্থ্যসন্মত কিম্বা কেম্পসমূহত পৰ্যাপ্ত সা-সুবিধা আছে নে নাই সেই সমগ্ৰ বিষয় পৰ্যালোচনা কৰিবলৈ মুখ্যমন্ত্ৰীৰ নিৰ্দেশত গঠন কৰি দিয়া হৈছে বিশেষ পৰ্যালোচনা সমিতি ৷ কিন্তু সেই সময়তে হোজাইৰ বিধায়ক শিলাদিত্য দেৱে আগবঢ়াইছে বিষ্ফোৰক মন্তব্য ৷ প্ৰকৃতাৰ্থত ডিটেনছন কেম্পৰ কোনো সুকীয়া অস্তীত্ব নাই বুলি দাৱী কৰিছে বিধায়ক শিলাদিত্য দেৱে ৷ কাৰাগাৰ সমূহকে ডিটেনছন কেম্প হিচাপে ব্য়ৱহাৰ কৰি অহাৰ কথা প্ৰকাশ কৰিছে বিধায়কগৰাকীয়ে ৷ ইটিভি ভাৰতৰ সাংবাদিক গৌতম বৰুৱাৰ সৈতে হোৱা টেলিফোনিক সাক্ষাৎকাৰত কি ক'লে শিলাদিত্যই..

ডিটেনছন কেম্পৰ অস্তিত্ব

Intro:Body:

SILADITYA 

Conclusion:
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.