ETV Bharat / state

মিৰ্জাত মহাশিৱৰাত্ৰিৰ আয়োজন

সোণালী জয়ন্তী বৰ্ষত ভৰি দিয়া কোকঝাৰ বেলৰতল শিৱ মন্দিৰত এইবেলি দুদিনীয়া কাৰ্যসূচীৰে উদযাপন কৰা হৈছে শিৱপূজা ।

author img

By

Published : Mar 4, 2019, 1:50 PM IST

etv bharat

মিৰ্জা, ৪ মাৰ্চ : আজি মহাশিৱৰাত্ৰি । ৰাজ্যৰ প্ৰান্তে-প্ৰান্তে শিৱৰ আৰাধনাত বুৰ গৈছে অগণন ভক্ত।

shivratri

সমগ্ৰ ৰাজ্যৰ সমান্তৰালকৈ দক্ষিণ কামৰূপতো ৰাতিপুৱাৰে পৰা শিৱ আৰাধনাত মগ্ন হৈছে ৰাইজ । মিৰ্জাৰ কোকঝাৰ স্থিত বেলৰতল শিৱ মন্দিৰত শিৱৰ আশীষ বিচাৰি ৰাতিপুৱাৰে পৰা ভিৰ কৰিছেহি অসংখ্য ভক্তই । ধূপ-ধুনা,চাকি-বন্তি জ্বলাই নিজৰ মনোবাঞ্চা পূৰণৰ বাবে শিৱক আৰাধনা কৰিছে ভক্তসকলে ।

সোণালী জয়ন্তী বৰ্ষত ভৰি দিয়া কোকঝাৰ বেলৰতল শিৱ মন্দিৰত এইবেলি দুদিনীয়া কাৰ্যসূচীৰে উদযাপন কৰা হৈছে শিৱপূজা । শিৱৰাত্ৰিৰ লগত সংগতি ৰাখি অঞ্চলবাসীয়ে সোমবাৰে ৰাতিপুৱা উলিয়াইছে এক শোভাযাত্ৰা। অঞ্চলবাসীৰ লগতে শোভাযাত্ৰাত অংশগ্ৰহণ কৰে পলাশবাৰীৰ সমষ্টিৰ বিধায়ক প্ৰণৱ কলিতাই।

Slug:-A_Azara_Mirza_Sivratri_Puja_801-806_vis+bite_Ajay_Das

দক্ষিণ কামৰূপৰ মিৰ্জাত মহাশিৱৰাত্ৰি উদযাপন ।

Vo..আজি মহাশিৱৰাত্ৰি পুজা সমগ্ৰ দেশ আজি বুৰ যাব শিৱৰ আৰাধনাত । ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ লগতে দক্ষিণ কামৰূপৰ মিৰ্জা কোকঝাৰতো উলহ মালহেৰে উদযাপন কৰা হয় শিৱৰাত্ৰি পুজা । নিজৰ মনৰ কামনা পূৰন কৰিবলৈ তথা শিৱৰ আশীৰ্বাদ ল'বলৈ পুৱাৰে পৰা এই মন্দিৰটোত ভিৰ কৰে বহুতো লোকে । ধুপ-ধুনা,চাকী-বন্তি জ্বলাই আৰাধনা কৰে শিৱক । এইবেলি সোনালী জয়ন্তীত ভৰি দিয়া মিৰ্জা কোকঝাৰৰ বেলৰতল মন্দিৰৰ শিৱৰাত্ৰি পুজা  দুদিনীয়া ভিন্ন কাৰ্যসুচীৰে অনুস্থিত কৰা হয় । শিৱৰাত্ৰি পুজাৰ লগত সংগতি ৰাখি উলিওৱা হয় এক শোভাযাত্ৰা । শোভাযাত্ৰাত অংশগ্ৰহন কৰে পলাশবাৰী সমষ্টিৰ বিধায়ক প্ৰনৱ কলিতা,বিশিষ্ট সমাজকৰ্মী অনিল দাসৰ লগতে বহুতো বিশিষ্ট ব্যক্তিয়ে ।

Bite...

দক্ষিণ কামৰূপ/আজাৰা পৰা অজয় দাস, etv bharat assam

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.