ETV Bharat / state

বিধায়ক প্ৰণৱ কলিতাৰ বিৰুদ্ধে ক্ষোভ - ASSAM

পলাশবাৰী সমষ্টিৰ বিধায়ক প্ৰণৱ কলিতাৰ বিৰুদ্ধে ক্ষোভ উজাৰিলে নিজ গাও পঞ্চায়তৰ লোকেই ।

বিধায়ক প্ৰণৱ কলিতাৰ বিৰুদ্ধে ক্ষোভ
author img

By

Published : Jul 16, 2019, 12:51 AM IST

পলাশবাৰী,15 জুলাইঃ এগৰাকী জনপ্ৰতিনিধিৰ বিৰুদ্ধে ক্ষোভ উজাৰিলে এইসকল পুৰুষ-মহিলাই । পলাশবাৰী বিধাসভা সমষ্টিৰ বিধায়ক প্ৰণৱ কলিতাৰ বিৰুদ্ধে ক্ষোভ উজাৰিলে বিধায়ক কলিতাৰ ঘৰৰ ওচৰৰ একাংশ ৰাইজে । কাৰণ বিধায়ক কলিতাৰ ঘৰৰ ওচৰৰ এটা পথৰ দুৰৱস্থাৰ বাবে এই প্ৰতিবাদ । পথ নহয় যেন খেতিপথাৰহে । পথচোৱা দেখিলো হয়টো আপুনিও এবাৰ ভাবিব এয়া খেতিপথাৰ নে পথ ! হয়, এই পথচোৱা হৈছে দক্ষিণ কামৰূপৰ ৰঙামাটিৰ । পলাশবাৰী বিধানসভা সমষ্টিৰ ৰঙামাটি বাকাৰাপাৰা নতুন লক্ষীটাৰী নামৰ এই পথটোৰে এতিয়া নাহে কোনো যান-বাহন কিয়ণো পথচোৱা অৱস্থাৰ ইমানে অসুচনীয় যে আপুনি হয়টো দেখি অনুমান কৰিব পাৰিছে । প্ৰায় ৩০০ ঘৰ মানুহে দৈনিক অহা যোৱা কৰা এই পথটোৰ দুৰৱস্থাৰ বাবে এতিয়া জীয়াতু ভুগিব লগা লৈছে ৰাইজে । বিধায়কৰৰ ঘৰৰ নিচেই ওচৰৰ তথা বিধায়কৰ নিজ পঞ্চায়ত ১১৩ নং বাড়ন্তী মণীয়েৰি পাৰাকুছি গাও পঞ্চায়তৰ অন্তৰ্গত নতুন লক্ষীটাৰীৰ এই পথটোৰ দুৰৱস্থাৰ বাবে ওলাই আহিল আহিল ৰাইজ আৰু পথটোত ভুই ৰুই সাব্যস্ত কৰিলে প্ৰতিবাদ ।

Intro:
পলাশবাৰী সমষ্টিৰ বিধায়ক প্ৰনৱ কলিতাৰ বিৰুদ্ধে ক্ষোভ উজাৰিলে নিজ গাও পঞ্চায়তৰ লোকেই ।

Body:
Vo..এগৰাকী জনপ্ৰতিনিধিৰ বিৰুদ্ধে ক্ষোভ উজাৰিলে এইসকল পুৰুষ-মহিলাই । পলাশবাৰী বিধাসভা সমষ্টিৰ বিধায়ক প্ৰনৱ কলিতাৰ বিৰুদ্ধে ক্ষোভ উজাৰিলে বিধায়ক কলিতাৰ ঘৰৰ ওচৰৰ একাংশ ৰাইজে । কাৰণ বিধায়ক কলিতাৰ ঘৰৰ ওচৰৰ এটা পথৰ দুৰৱস্থাৰ বাবে এই প্ৰতিবাদ । পথ নহয় যেন খেতিপথাৰ হে । পথচোৱা দেখিলো হয়টো আপুনিও এবাৰ ভাবিব এয়া খেতিপথাৰ নে পথ ! হয়,এই পথচোৱা হৈছে দক্ষিণ কামৰূপৰ ৰঙামাটিৰ । পলাশবাৰী বিধানসভা সমষ্টিৰ ৰঙামাটি বাকাৰাপাৰা নতুন লক্ষীটাৰী নামৰ এই পথটোৰে এতিয়া নাহে কোনো যান-বাহন কিয়ণো পথচোৱা অৱস্থাৰ ইমানে অসুচনীয় যে আপুনি হয়টো দেখি অনুমান কৰিব পাৰিছে । প্ৰায় ৩০০ ঘৰ মানুহে দৈনিক অহা যোৱা কৰা এই পথটোৰ দুৰৱস্থাৰ বাবে এতিয়া জীয়াতু ভুগিব লগা লৈছে ৰাইজে ।

Bite1..স্থানীয় লোক ।

বিধায়কৰৰ ঘৰৰ নিচেই ওচৰৰ তথা বিধায়কৰ নিজ পঞ্চায়ত ১১৩ নং বাড়ন্তী মণীয়েৰি পাৰাকুছি গাও পঞ্চায়তৰ অন্তৰ্গত নতুন লক্ষীটাৰীৰ এই পথটোৰ দুৰৱস্থাৰ বাবে ওলাই আহিল আহিল ৰাইজ আৰু পথটোত ভুই ৰুই সাব্যস্ত কৰিলে প্ৰতিবাদ । পথটোৰে দোকানীপাৰা প্ৰাথমিক বিদ্যালয়লৈ যাতায়ত অতি অচল বাবে বিদ্যালয়লৈ যাব নোৱাৰে ছাত্ৰ-ছাত্ৰীৰ লগতে শিক্ষক ।

Bite2&3..স্থানীয় মহিলা ।

Conclusion:বিজেপি বিধায়ক প্ৰনৱ কলিতাৰ নিজ গাও পঞ্চায়তৰে তথা নিজ ঘৰৰ ওচৰৰে এই পথচোৱাৰ বাবে কিবা ব্যৱস্থা গ্ৰহন কৰিব পাৰিবনে বিধায়ক তথা গড়কাপ্তানি মন্ত্ৰীয়ে ? নে এনেদৰে যমৰ যাতনা ভুগি থাকিব লাগিব অঞ্চলবাসীয়ে ।

দক্ষিণ কামৰূপ/আজাৰা পৰা অজয় দাস,etv bharat assam

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.