ETV Bharat / state

বকোত পথ দুৰ্ঘটনাত এজন গুৰুতৰভাৱে আহত

author img

By

Published : Jun 10, 2020, 5:43 PM IST

পথ দুৰ্ঘটনাটোত গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত হয় এগৰাকী অৱসৰপ্ৰাপ্ত শিক্ষক ৷

বকোত পথ দুৰ্ঘটনাত এজন গুৰুতৰভাৱে আহত
বকোত পথ দুৰ্ঘটনাত এজন গুৰুতৰভাৱে আহত

কামৰূপ, 10 জুন : বকোত 17 নং ৰাষ্ট্ৰীয় ঘাইপথত সংঘটিত হয় এক পথ দুৰ্ঘটনা ৷ ইন'ভা আৰু চাইকেল আৰোহীৰ মাজত মুখামুখি সংঘৰ্ষৰ ফলতে সংঘটিত হয় এই দুৰ্ঘটনা ৷

বকোত পথ দুৰ্ঘটনাত এজন গুৰুতৰভাৱে আহত

দূৰ্ঘটনাত অৱসৰপ্ৰাপ্ত শিক্ষক প্ৰানকৃষ্ণ দায়নাপালী (৬০) নামৰ লোকজন গুৰুতৰভাৱে আহত হয় ৷ ঘাইপথটো পাৰ হ'বলৈ লোৱাত সন্মুখৰ পৰা গুৱাহাটীৰ পৰা মেঘালয়ৰ তুৰা অভিমুখী MLO5J6181 পঞ্জীয়নভুক্ত ইন'ভা বাহন এখনে তীব্ৰ জোৰে খুণ্ডা মাৰে অৱসৰপ্ৰাপ্ত শিক্ষকজনক ৷ আগত শিক্ষকগৰাকীক ততাতয়াকৈ বকো চিকিৎসালয়ত ভৰ্ত্তি কৰোৱা হয় যদিও অৱস্থা সংকটজনক হৈ পৰাত উন্নত চিকিৎসাৰ বাবে GMCHলৈ প্ৰেৰণ কৰা হয় ৷

লগতে পঢ়কঃ ৰেললাইনত উদ্ধাৰ শিক্ষকৰ মুণ্ডহীন মৃতদেহ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.