ETV Bharat / state

মিৰ্জাত ভয়ংকৰ পথ দুৰ্ঘটনাঃ থিতাতে নিহত ২ আৰোহী

দক্ষিণ কামৰূপৰ মিৰ্জাৰ ৩৭নং ৰাষ্ট্ৰীয় ঘাইপথত ভয়ংকৰ পথ দুৰ্ঘটনা । মিৰ্জাৰ বৰকুছিত সংঘটিত হোৱা এই দুৰ্ঘটনাত থিতাতে নিহত দুজন মটৰ চাইকেল আৰোহী ।

author img

By

Published : May 30, 2019, 10:39 PM IST

মিৰ্জাত ভয়ংকৰ পথ দুৰ্ঘটনা, থিতাতে নিহত ২

দক্ষিণ কামৰূপ, 30 মে’: দক্ষিণ কামৰূপৰ মিৰ্জাৰ ৩৭নং ৰাষ্ট্ৰীয় ঘাইপথত ভয়ংকৰ পথ দুৰ্ঘটনা । মিৰ্জাৰ বৰকুছিত সংঘটিত হোৱা এই দুৰ্ঘটনাত থিতাতে নিহত দুজন মটৰ চাইকেল আৰোহী। এতিয়ালৈকে চিনাক্ত হোৱা নাই মৃত দুই যুৱকৰ পৰিচয় । AS-01AP-0387 নম্বৰৰ CBZ বাইক আৰু AS-01DL-8873 পালচাৰ বাইকৰ মাজত হোৱা সংঘৰ্ষৰ ফলত সংঘটিত হয় এই দুৰ্ঘটনা । দুৰ্ঘটনাত থিতাতে প্ৰাণ হেৰুৱাই দুই আৰোহীয়ে।

Slug:-As_kam_30may_Road_accident_dead_811-812_vis+photo_as10020

মিৰ্জাত ভয়ংকৰ পথ দুৰ্ঘটনাত থিতাতে নিহত ২ ।

Ocvo..দক্ষিণ কামৰূপৰ মিৰ্জাত ৩৭নং ৰাষ্ট্ৰীয় ঘাই পথৰ ওপৰত ভয়ংকৰ পথ দুৰ্ঘটনা । মিৰ্জাৰ বৰকুছিত সংঘটিত হোৱা এই দুৰ্ঘটনাত থিতাতে নিহত দুজন মটৰচাইকেল আৰোহী ।এতিয়ালৈ চিনাক্ত হোৱা নাই মৃত দুই যুৱকৰ পৰিচয় । As-01-AP-0387 CBZ আৰু AS-01-DL-8873 পালচাৰ বাইকৰ মাজত সংঘৰ্ষত হয় এই দুৰ্ঘটনা । দুৰ্ঘটনাত থিতাতে প্ৰান হেৰুৱাই দুয়োজনে ।

দক্ষিণ কামৰূপ/আজাৰা পৰা অজয় দাস,etv bharat assam

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.