ETV Bharat / state

অসম বন্ধৰ মাজতে বকোত পথ দুৰ্ঘটনা

১৭ নং ৰাষ্টীয় ঘাইপথত পথ দুৰ্ঘটনা ৷ গোৱালপাৰাৰ পৰা গুৱাহাটী অভিমুখে অহা এখন এম্বুলেঞ্চে (এ এচ ০১ কে চি ১৭১৩) মহতিয়ালে চাইকেল আৰোহীক।

road accident
বকোত পথ দুৰ্ঘটনা
author img

By

Published : Dec 10, 2019, 3:24 PM IST

কামৰূপ,10 ডিচেম্বৰঃ অসম বন্ধৰ মাজতে বকো ১৭ নং ৰাষ্টীয় ঘাইপথত পথ দুৰ্ঘটনা। গোৱালপাৰাৰ পৰা গুৱাহাটী অভিমুখে এখন এম্বুলেঞ্চে (এ এচ ০১ কে চি ১৭১৩) মহতিয়ালে এজন চাইকেল আৰোহীক। গুৰুতৰভাৱে আহত চাইকেল আৰোহীগৰাকীক বকো প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰত ভৰ্তি কৰায় বকো আৰক্ষীয়ে। জানিব পৰা মতে,আহত ব্যক্তিগৰাকী প্ৰাক্তন শিক্ষক উমেশ মজুমদাৰ। ঘটনা সংঘটিত হোৱাৰ পাছতে এম্বুলেঞ্চখন পলায়ন কৰে যদিও পিছত কৰায়ত্ব কৰে ছয়গাঁও আৰক্ষীয়ে।

লগতে পঢ়কঃ মৰাণত কেবৰ প্ৰতিবাদত অংশ কণ্ঠশিল্পী নীল আকাশৰ

Intro:Body:অসম বন্ধৰ মাজতে বকো ১৭ নং ৰাষ্টীয় ঘাইপথত পথ দুৰ্ঘটনা। গোৱালপাৰাৰ পৰা গুৱাহাটী অভিমুখী এখন এম্বুলেঞ্চে (এ এচ ০১ কে চি ১৭১৩) মহতিয়ালে চাইকেল আৰোহীক। গুৰুতৰভাৱে আহত চাইকেল আৰোহীক বকো আৰক্ষীয়ে বকো প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰত ভৰ্তি কৰাই। আহত গৰাকী প্ৰাক্তন শিক্ষক উমেশ মজুমদাৰ। ঘটনা সংঘটিত হোৱাৰ পাছতে এম্বুলেঞ্চৰ পলায়ন যদিও ছয়গাঁও আৰক্ষীয়ে কৰায়ত্ব কৰে।Conclusion:
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.