ETV Bharat / state

বকোৰ ৰাজাপাৰাত ভয়াৱহ পথ দুৰ্ঘটনা

বৃহস্পতিবাৰে বকোৰ ৰাজাপাৰাত নিশা এখন ট্ৰাক আৰু বাইকৰ মুখা-মুখি সংঘৰ্ষৰ ফলত সংঘটিত হয় এক পথ দুৰ্ঘটনা ৷ এই পথ দুৰ্ঘটনাৰ ফলত থিতাতে নিহত হয় দুজনকৈ যুৱক ।

author img

By

Published : Mar 19, 2021, 12:36 PM IST

বকোৰ ৰাজাপাৰাত ভয়াবহ পথ দূৰ্ঘটনাটা
বকোৰ ৰাজাপাৰাত ভয়াবহ পথ দূৰ্ঘটনাটা

বকো , 19মাৰ্চ: বৃহস্পতিবাৰে বকোৰ ৰাজাপাৰাত নিশা সংঘটিত হৈছে এক শোকাৱহ পথ দুৰ্ঘটনা । এখন ট্ৰাক আৰু বাইকৰ মুখা-মুখি সংঘৰ্ষৰ ফলত সংঘটিত হয় এই পথ দুৰ্ঘটনাটো ৷

বকোৰ ৰাজাপাৰাত ভয়াবহ পথ দূৰ্ঘটনাটা
বকোৰ ৰাজাপাৰাত ভয়াবহ পথ দূৰ্ঘটনাটা

প্ৰাপ্ত তথ্য অনুসৰি, এই পথ দুৰ্ঘটনাটোৰ ফলত থিতাতে নিহত হয় দুজন যুৱক । নিহত যুৱকদ্বয় দিগন্ত ৰাভা (২৪) আৰু সঞ্জয় বড়ো (২১) ৷ দুয়োৰে ঘৰ বকো বন্দাপাৰা জালধাপাৰাত বুলি জানিব পৰা গৈছে ।

বকোৰ ৰাজাপাৰাত ভয়াবহ পথ দূৰ্ঘটনাটা
বকোৰ ৰাজাপাৰাত ভয়াবহ পথ দূৰ্ঘটনাটা

দুৰ্ঘটনা সংঘটিত কৰা ট্ৰাকখনৰ নম্বৰ AS01 DC 8411। দুৰ্ঘটনাত পতিত বাইকখনৰ নম্বৰ AS01 AQ 8961। ইতিমধ্যে নিহত যুৱকদ্বয়ৰ মৃতদেহ বকো থানাত ৰখা হৈছে । আৰক্ষীয়ে এই সন্দৰ্ভত তদন্ত আৰম্ভ কৰিছে ৷

লগতে পঢ়ক: চেঙাৰ হিংসাত্মক ঘটনাৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিলে শুকুৰ আলীৰ পত্নীয়ে

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.