ETV Bharat / state

ৰঙিয়াত প্ৰধানমন্ত্ৰী কিষান সন্মান নিধিত সংঘটিত দুৰ্নীতিৰ প্ৰতিবাদ আছুৰ - Rangiya AASU protest

ৰঙিয়াত প্ৰধানমন্ত্ৰী কিষান সন্মাৰ নিধিত সংঘটিত দুৰ্নীতিৰ বিৰুদ্ধে প্ৰতিবাদ সাব্যস্ত কৰে সদৌ অসম ছাত্ৰ সন্থাই । ৰঙিয়াৰ কৃষি বিভাগৰ কাৰ্যালয়ত হাতে হাতে প্লে-কাৰ্ড লৈ প্ৰতিবাদ সাব্যস্ত কৰে সংগঠনটোৰ সদস্যসকলে ।

Rangiya AASU protest against PM Kishan Sanman Fund scam
ৰঙিয়াত প্ৰধানমন্ত্ৰী কিষান সন্মাৰ নিধিত সংঘটিত দুৰ্নীতিৰ প্ৰতিবাদ আছুৰ
author img

By

Published : May 27, 2020, 4:53 PM IST

ৰঙিয়া,27 মেঃ ৰাজ্যত প্ৰতিদিনে পোহৰলৈ আহিছে প্ৰধানমন্ত্ৰী কিষান সন্মান নিধিৰ নামত সংঘটিত এটাৰ পিছত আনটো দুৰ্নীতি । কিন্তু আজি পৰ্যন্ত দুৰ্নীতিকাৰীসকলৰ বিৰুদ্ধে গ্ৰহণ কৰা নহ'ল কোনো পদক্ষেপ । সমান্তৰালকৈ ৰঙিয়াত এই আঁচনিৰ নামত সংঘটিত দুৰ্নীতিৰ বিৰুদ্ধে প্ৰতিবাদ সাব্যস্ত কৰে সদৌ অসম ছাত্ৰ সন্থাই । ৰঙিয়াৰ কৃষি বিভাগৰ কাৰ্যালয়ত হাতে হাতে প্লে-কাৰ্ড লৈ প্ৰতিবাদ সাব্যস্ত কৰে সংগঠনটোৰ সদস্যসকলে ।

ৰঙিয়াত প্ৰধানমন্ত্ৰী কিষান সন্মাৰ নিধিত সংঘটিত দুৰ্নীতিৰ প্ৰতিবাদ আছুৰ

উল্লেখ্য যে, ৰঙিয়াত দৰিদ্ৰ কৃষকসকলক বঞ্চিত কৰি কৃষিকৰ্মৰ সৈতে জড়িত নথকা ব্যক্তিক এই আঁচনিৰ ধন প্ৰদানৰ অভিযোগ উত্থাপন হৈছে । আনহাতে, কৃষি বিভাগে এই দুৰ্নীতিত লিপ্ত বিষয়া কৰ্মচাৰীসকলক তদন্তৰ ভাৰ অৰ্পন কৰাক লৈ ক্ষোভ প্ৰকাশ কৰিছে সংগঠনটোৰ সদস্যসকলে । সেয়েহে এই দুৰ্নীতিৰ উচিত তদন্তৰ দাবী উত্থাপন কৰে সদৌ অসম ছাত্ৰ সন্থাই ।

লগতে পঢ়ক-তিনিচুকীয়াত অইলৰ পাইপ লাইন বিষ্ফোৰণ

For All Latest Updates

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.