ETV Bharat / state

ৰঙিয়াত সভ্য সমাজক লজ্জানত কৰা ঘটনা

author img

By

Published : Feb 26, 2021, 4:45 PM IST

ৰঙিয়াত শিশু নিৰ্যাতনৰ ঘটনা । এটি শিশু যৌন নিৰ্যাতন চলোৱাৰ অভিযোগ পঞ্চাশ বছৰীয়া লোকৰ বিৰুদ্ধে । ৰঙিয়া আৰক্ষীয়ে অভিযুক্ত লোকৰজনক আটক কৰি ঘটনাৰ তদন্ত প্ৰক্ৰিয়া আৰম্ভ কৰিছে ।

ৰঙিয়াত সভ্য সমাজক লজ্জানত কৰা ঘটনা
ৰঙিয়াত সভ্য সমাজক লজ্জানত কৰা ঘটনা

ৰঙিয়া,২৬ ফেব্ৰুৱাৰী: কামৰূপ জিলাৰ ৰঙিয়া নগৰৰ ভূটান বাছ আস্থানত জঘন্য ঘটনা । পঞ্চাশ বছৰীয়া এগৰাকী ব্যক্তিৰ কামনাৰ বলি হ'ল এটি শিশু । শিশুটিক মাতি আনি শাৰীৰিক নিৰ্যাতন চলোৱাৰ গুৰুতৰ অভিযোগ উত্থাপন হৈছে তিনি সন্তানৰ পিতৃ নৰেন নাথ নামৰ লোকজনৰ বিৰুদ্ধে । কণমানি শিশুটোৰ অভিভাৱকে অভিযোগ কৰা মতে ঘটনাস্থলীত তেওঁলোক উপস্থিত হোৱাৰ লগে লগে তাৰ পৰা পলায়ন কৰে লোকজন । পৰিয়ালৰ এজাহাৰৰ ভিত্তিত ইতিমধ্যে ৰঙিয়া ভূটান বাছষ্টেণ্ডৰ সমীপত ভাড়াতীয়া হিচাপে থকা হেণ্ডিমেন নৰেন নাথক আটক কৰিছে কৰে । ঘটনাৰ পিছতে এতিয়া সমগ্ৰ অঞ্চলতে তীব্ৰ চাঞ্চল্যই বিৰাজ কৰিছে ।

ৰঙিয়াত সভ্য সমাজক লজ্জানত কৰা ঘটনা

আনহাতে অভিযুক্ত নৰেন নাথৰ মতে তেওঁৰ বিৰুদ্ধে এয়া মিছা অভিযোগ তুলিছে পৰিয়ালটোৱে । অৱশ্যে আৰক্ষীৰ তদন্তৰ পিছতহে ঘটনা প্ৰকৃত ৰহস্য পোহৰলৈ আহিব ।

লগতে পঢ়ক:হোজাইত বিধ্বংসী অগ্নিকাণ্ড

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.