ETV Bharat / state

73তম স্বাধীনতা দিৱস: ৰঙিয়াত পুলিচ মেডেলৰ বাবে মনোনীত তিনিজন

author img

By

Published : Aug 15, 2019, 8:10 PM IST

ৰঙিয়াত স্বাধীনতা দিৱস পালন ৷ ইণ্ডিয়ান পুলিচ মেডেলৰ বাবে মনোনীত সশস্ত্ৰ সীমা বলৰ তিনিজন বিষয়া ৷

73তম স্বাধীনতা দিৱস: ৰঙিয়াত পুলিচ মেডেলৰ বাবে মনোনীত তিনিজন

ৰঙিয়া, 15 আগষ্ট: সমগ্ৰ দেশ তথা ৰাজ্যৰ লগতে বৃহস্পতিবাৰে কামৰূপ জিলাৰ ৰঙিয়াতো উদযাপন কৰা হয় 73তম স্বাধীনতা দিৱস ৷ ৰঙিয়া মহকুমা প্ৰশাসনৰ উদ্যোগত ৰঙিয়া উচ্চতৰ মাধ্যমিক বিদ্যালয় খেল পথাৰত কেন্দ্ৰীয় ভাৱে উদযাপন কৰা স্বাধীনতা দিৱসত ৰাষ্ট্ৰীয় পতাকা উত্তোলন কৰে মহকুমাধিপতি মুনিন্দ্ৰ বৰদলৈয়ে ৷ পতাকা উত্তোলন কৰি মহকুমাধিপতি গৰাকীয়ে অসম আৰক্ষী, এন চি চি, স্কাউট এণ্ড গাইডৰ অভিবাদন গ্ৰহণ কৰে ।

ইফালে সশস্ত্ৰ সীমা বলৰ ৰঙিয়া ছেক্টৰ হেডকোৱাটাৰতও পালন কৰা হয় স্বাধীনতা দিৱস, য'ত পতাকা উত্তোলন কৰে আই জি ডব্লিউ নৰব' ইবিয়ে । উল্লেখযোগ্য যে, এইবাৰ ৰঙিয়া সশস্ত্ৰ সীমা বলৰ তিনিগৰাকী বিষয়াৰ নাম ইণ্ডিয়ান পুলিচ মেডেলৰ বাবে মনোনীত কৰা হৈছে । তেঁওলোক ক্ৰমে এছ এছ বি ৰঙিয়া ছেক্টৰ হেডকোৱাটাৰৰ ডি আই জি ডব্লিউ নৰব' ইবি, কমাণ্ডেণ্ট বলৱান সিং আৰু ইণ্চপেক্টৰ ভগত ৰাম ।

ৰঙিয়াত স্বাধীনতা দিৱস পালন: পুলিচ মেডেলৰ বাবে মনোনীত তিনিজন
etv bharat assam
ইণ্ডিয়ান পুলিচ মেডেলৰ বাবে মনোনীত সশস্ত্ৰ সীমা বলৰ তিনিজন বিষয়া

Intro:ৰঙিয়াত স্বাধীনতা দিৱস পালন। ৰঙিয়া এছ এছ বিৰ তিনিজন বিষয়াৰ নাম ইণ্ডিয়ান পুলিচ মেডেলৰ বাবে মনোনীত কৰা হৈছে।Body:সমগ্ৰ দেশ তথা ৰাজ্যৰ লগতে বৃহস্পতিবাৰে ৰঙিয়াতো ৭৩ তম স্বাধীনতা দিৱস উদযাপন কৰা হয়। ৰঙিয়া মহকুমা প্ৰশাসনৰ উদ্যোগত ৰঙিয়া উচ্চতৰ মাধ্যমিক বিদ্যালয় খেল পথাৰত কেন্দ্ৰীয়ভাৱে উদযাপন কৰা স্বাধীনতা দিৱসৰ ৰাষ্ট্রীয় পতাকা উত্তোলন কৰে ৰঙিয়া মহকুমাৰ মহকুমাধিপতি মুনিন্দ্ৰ বৰদলৈয়ে । মহকুমাধিপতি গৰাকীয়ে পতাকা উত্তোলন কৰি দিয়া ভাষণত ৰঙিয়া মহকুমাৰ প্ৰতিটো বিভাগৰ উন্নয়ন মুলক কাম-কাজ তথা আঁচনি সমুহৰ এক খাতিয়ান দাঙি ধৰে। ইয়াৰ পিছতে মহকুমাধিপতি গৰাকীয়ে অসম আৰক্ষী, এন চি চি, স্কাউট এণ্ড গাইডৰ অভিবাদন গ্ৰহণ কৰে।
লগতে সশস্ত্ৰ সীমা বল, ৰঙিয়া ছেক্টৰ হেডকোৱাটাৰটো স্বাধীনতা দিৱস পালন কৰা হয়। পতাকা উত্তোলন কৰে আই জি ডব্লিউ নৰব' ইবিয়ে । উল্লেখযোগ্য যে এইবাৰ ৰঙিয়া সশস্ত্ৰ সীমা বল ৰ তিনিগৰাকী বিষয়াৰ নাম ইণ্ডিয়ান পুলিচ মেডেলৰ বাবে মনোনীত কৰা হৈছে। তেওঁলোক হৈছে এছ এছ বি ৰঙিয়া ছেক্টৰ হেডকোৱাটাৰৰ ডি আই জি ডব্লিউ নৰব' ইবি, কমাণ্ডেণ্ট বলৱান সি‌ং আৰু ইণ্সপেক্টৰ ভগত ৰাম।Conclusion:ৰঙিয়াৰ পৰা বন্দনা শৰ্মা
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.