হাজো,30 জুলাই : পুঠিমাৰী নৈৰ ভয়ংকৰ খহনীয়াৰ কবলত তীৰ্থ নগৰী হাজোৰ ১নং ভেলকৰ অঞ্চলৰ ৷ খহনীয়াৰ কবলত 170 বছৰীয়া এটা পুৰণি মছজিদ আৰু বিদ্যালয়ৰ গৃহ। যি কোনো মূহুৰ্ততে পুঠিমাৰী নদীৰ খহনীয়াৰ বাবে হাজোৰ মানচিত্ৰৰ পৰা নাইকিয়া হ'ব পাৰে বঙালপাৰা অঞ্চলৰ অতি পুৰণি মছজিদ ৷ ইতিমধ্যে দুই তিনি দিনৰ ভিতৰত খহনীয়াৰ কবলত পৰি অন্য ঠাইলৈ যাবলগীয়া হৈছে ২৫ টাকৈ পৰিয়াল। বান নিয়ন্ত্ৰণ গৰাখহনীয়া ৰোধত ব্যৰ্থ জলসম্পদ বিভাগ। নিৰ্বিকাৰ চৰকাৰ ৷
খহনীয়াৰ কবলত 170 বছৰীয়া পুৰণা মছজিদ - হাজো
পুঠিমাৰী নৈৰ ভয়ংকৰ খহনীয়াৰ কবলত তীৰ্থ নগৰী হাজোৰ ১নং ভেলকৰ অঞ্চলৰ ৷ খহনীয়াৰ কবলত 170 বছৰীয়া পুৰণি মছজিদ আৰু বিদ্যালয়ৰ গৃহ
খহনীয়াৰ কবলত 170 বছৰীয়া পুৰনা মছজিদ
হাজো,30 জুলাই : পুঠিমাৰী নৈৰ ভয়ংকৰ খহনীয়াৰ কবলত তীৰ্থ নগৰী হাজোৰ ১নং ভেলকৰ অঞ্চলৰ ৷ খহনীয়াৰ কবলত 170 বছৰীয়া এটা পুৰণি মছজিদ আৰু বিদ্যালয়ৰ গৃহ। যি কোনো মূহুৰ্ততে পুঠিমাৰী নদীৰ খহনীয়াৰ বাবে হাজোৰ মানচিত্ৰৰ পৰা নাইকিয়া হ'ব পাৰে বঙালপাৰা অঞ্চলৰ অতি পুৰণি মছজিদ ৷ ইতিমধ্যে দুই তিনি দিনৰ ভিতৰত খহনীয়াৰ কবলত পৰি অন্য ঠাইলৈ যাবলগীয়া হৈছে ২৫ টাকৈ পৰিয়াল। বান নিয়ন্ত্ৰণ গৰাখহনীয়া ৰোধত ব্যৰ্থ জলসম্পদ বিভাগ। নিৰ্বিকাৰ চৰকাৰ ৷
Intro:Slug- HAJO 170 YEARS OLD MASQUE EROSION
#হাজোৰ পুঠিমাৰী নদীৰ গৰাখহনীয়াৰ কবলত 170 বছৰীয়া পুৰনা মছজিদ আৰু বিদ্যালয়ৰ গৃহ। যি কোনো মূহুৰ্ততে পুঠিমাৰী নদীৰ গৰাখহনীয়াই লৈ যাব পাৰে অতি পুৰনি মছজিদ আৰু বিদ্যালয়ৰ গৃহBody:
Script- পুঠিমাৰী নৈৰ ভয়ংকৰ খহনীয়াৰ কবলত তীৰ্থ নগৰী হাজোৰ ১নং ভেলকৰ অঞ্চলৰ। পুঠিমাৰী নৈৰ কাল ৰূপ। প্ৰতি মুহূৰ্ততে খহিছে গৰা। সৰ্বশ্ৰান্ত হল বহু পৰিয়াল। এতিয়া নিজৰ ভেটিৰ মাটি খিনিও নাবাছিল। দুই তিনি দিনৰ ভিতৰত ২৫ টাকৈ পৰিয়াল গৰাখহনীয়াৰ কবলত পৰি অন্য ঠাইলৈ যাবলগীয়া হৈছে। ।গৰাখহনীৰা ৰোধৰ বাবে ৰাইজে চৰকাৰলৈ আবেদন নিবেদন জনোবাৰ পিছতো গুৰুত্ব নিদিযাৰ অভিযোগ। গৰাখহনীয়া কবলৰ পৰাৰ ৰক্ষা পাবৰ বাবে ৰাইজে বাহ, গছৰ ডাল আদিৰে ভেটা দিযাৰ ব্যাবস্হা কৰে।আৰু আল্লাহৰ ওচৰত শেষ ভৰষা।নৈ পৰীযা ৰাইজে ঘৰ দুবৰাৰ ,ভাঙি অন্যথাইলৈ স্হানন্তৰিত কৰাৰ চেষ্টা চলাইছে লগতে খহনীয়াৰ কবলত 170 বছৰীয়া বুঢা মছজিদ আৰু বিদ্যালয়ৰ গৃহ।। মূহুৰ্ততে হাজোৰ মানচিত্ৰৰ পৰা নাইকীয়া হব পাৰে বঙালপাৰা অঞ্চল অতি পুৰনি মছজিদ। ।.কাৰণ প্ৰকৃতিয়ে জানো বুজে ! নিজ হাতে সজা আপোন ঘৰ খন ভাঙি এতিয়া অন্য ঠাইলৈ যাব ওলাইছে এইসকল লোক । কাৰণ যিকোনো সময়তে পুঠিমাৰী নদীৰ বুকুত জাহ যাব এওঁলোকৰ মৰমৰ মছজিদ ঘৰ খন।পুনৰ মছজিদ নিৰ্মাণ কৰাৰ বাবে ঠাই বিছাৰি পোৱা নাই।মছজিদ ঘৰ ভাঙি নিব লগীযা হোবাত ধৰ্মপ্ৰান লোক সকলৰ বকু কপি উঠে। নিৰ্বিকাৰ জলসম্পদ বিভাগ। নিশ্চুপ চৰকাৰ। Conclusion:কেবাবছৰ ধৰি এইদৰে পুঠিমাৰী নদীৰ বুকুত জাহ যায় প্ৰায ৫০০ টা পৰিযালৰ ঘৰ বাৰী ।এইবাৰও বাৰিষা আহিছে এইবাৰো যাবগৈ। পিছে... জলসম্পদ নামৰ বিভাগটো ক`ত আছে!!! বান নিয়ন্ত্ৰণ গৰাখহনীয়া ৰোধত ব্যৰ্থ জলসম্পদ বিভাগ। কোনে বুজিব এওঁলোকৰ মৰ্ম বেদনা। নাই, আহৰি নাই কাৰোৰে..