ETV Bharat / state

তৃতীয় পৰ্যায়ৰ ভোটগ্ৰহণ বাবে সাজু কামৰূপৰ প'লিং-প্ৰিজাইডিং বিষয়াসকল - গুৱাহাটী

কামৰূপ জিলাৰ 143টা স্পৰ্শকাতৰ প'লিং ষ্টেচনত থাকিব ৱেব কেম ব্যৱস্থা

তৃতীয় পৰ্যায়ৰ ভোটগ্ৰহণ বাবে সাজু কামৰূপৰ প'লিং-প্ৰিজাইডিং বিষয়া
author img

By

Published : Apr 22, 2019, 1:36 PM IST

গুৱাহাটী, 22 এপ্ৰিলঃ 23 এপ্ৰিলত অসমৰ 4টা সমষ্টিত অনুষ্ঠিত হ'ব 2019 লোকসভা নিৰ্বাচনৰ তৃতীয় পৰ্যায়ৰ ভোটগ্ৰহণ ৷ ইতিমধ্যে কামৰূপ জিলাৰ বিভিন্ন প'লিং ষ্টেচনলৈ যাবৰ বাবে সাজু হৈ উঠিছে প'লিং-প্ৰিজাইডিং বিষয়াসকল ৷

তৃতীয় পৰ্যায়ৰ ভোটগ্ৰহণ বাবে সাজু কামৰূপৰ প'লিং-প্ৰিজাইডিং বিষয়া

কামৰূপ জিলাৰ 143 টা স্পৰ্শকাতৰ প'লিং ষ্টেচনত থাকিব ৱেব কেম ব্যৱস্থা ৷ নিৰ্বাচন আয়োগে ৱেব কেম ব্যৱস্থাৰ জৰিয়তে ভোটদান প্ৰক্ৰিয়া পোন পটীয়াকৈ পৰ্যবেক্ষণ কৰিব ৷ ইয়াৰোপৰিও প্ৰতিটো প'লিং কেন্দ্ৰত থাকিব মাইক্ৰ অৱজৰ্ভাৰ ৷

Intro:👉 কামৰূপ জিলাৰ বিভিন্ন পুলিং ষ্টেচনলৈ যাবৰ বাবে সাজু হৈছে পুলিং পিজাইডিং বিষয়া সকলে।
👉 কামৰূপ জিলাৰ ১৪৩ টা পুলিং ষ্টেচনত স্পৰ্শকাতৰ।

👉স্পৰ্শকাতৰ পুলিং ষ্টেচনত থাকিব web cam ব্যৱস্থা ।

👉 web cam ব্যৱস্থাৰ জৰিয়তে ভোটদান প্ৰক্ৰিয়া পোন পটীয়াকৈ পযবেক্ষণ কৰিব নিৰ্বাচন আয়োগে ।

👉প্ৰতিটো পুলিং কেন্দ্ৰত থাকিব MICRO OBSERVER ।

Body:।

Conclusion:।
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.