ETV Bharat / state

ভোট গণনাৰ বাবে সাজু ৰঙিয়াৰ এজেণ্টসকল

author img

By

Published : May 1, 2021, 9:30 PM IST

ভোট গণনাৰ বাবে সাজু হৈ উঠিছে ৰঙিয়াৰ এজেণ্টসকল ৷ ভোট গণনাৰ ক্ষেত্ৰত নিৰ্বাচন আয়োগে বান্ধি দিয়া নিয়ম অনুসৰি প্ৰতিগৰাকী প্ৰাৰ্থীৰ এজেণ্টে ক’ভিড টেষ্ট কৰিব লাগিব ৷ গণনা গৃহত মাস্ক পৰিধান কৰি সামাজিক ব্যৱধান মানি ফেচ ছীল কৰিহে সোমাব পাৰিব । পিপিই কীট লোৱাৰ ইচ্ছা প্ৰকাশ কৰাসকলক যোগান ধৰা হ’ব কীট ৷

polling-agent-ready-for-vote-counting-with-proper-covid-guideline-issued-by-election-commissioner
ভোটগণনাৰ বাবে সাজু ৰঙিয়াৰ এজেণ্ট সকল

ৰঙিয়া,1 মে': ৰাজ্যত হৈ যোৱা বিধানসভা নিৰ্বাচনৰ ভোট গণনালৈ মাজত মাথো কেইটামান মুহুৰ্ত বাকী । ভোট গণনাৰ বাবে ৰাজ্যৰ বিভিন্ন সমষ্টিৰ লগতে ৰঙিয়া সমষ্টিতো প্ৰস্তুতি প্ৰায় সম্পূৰ্ণ হৈ উঠিছে । এইবাৰ ক’ভিড প্ৰট'কলৰ বাবে নিৰ্বাচন আয়োগে ভোট গণনাৰ ক্ষেত্ৰত নিৰ্দিষ্ট নীতি-নিয়ম জাৰি কৰিছে । সেই অনুসৰি ভোট গণনাৰ সময়ত প্ৰতিগৰাকী প্ৰাৰ্থীৰ এজেণ্টে ক’ভিড টেষ্ট কৰিব লাগিব । লগতে গণনা গৃহত মাস্ক পৰিধান কৰি সামাজিক ব্যৱধান মানি ফেচ ছীল কৰিহে সোমাব পাৰিব । ইপিপিই কীট লোৱাৰ ইচ্ছা প্ৰকাশ কৰাসকলক যোগান ধৰা হ’ব কীট ৷

ভোট গণনাৰ বাবে সাজু ৰঙিয়াৰ এজেণ্ট সকল

ক’ভিড টেষ্টৰ পিছতহে ভোটগণনা কেন্দ্ৰত প্ৰৱেশ কৰিবলৈ দিয়া হ’ব এজেণ্টসকলক । এনে নিয়মৰ ভিত্তিত ৰঙিয়া সমষ্টিৰ শাসকীয় দলৰ প্ৰাৰ্থী তথা মন্ত্ৰী ভৱেশ কলিতাৰ এজেণ্টসকলে ক’ভিড টেষ্ট সম্পূৰ্ণ কৰে । বিজেপিৰ প্ৰাৰ্থী ভৱেশ কলিতাৰ লগতে মুঠ ২৩ গৰাকী এজেণ্টে ক’ভিড টেষ্ট কৰে । নিৰ্বাচন আয়োগে জাৰি কৰা এছ‌অ'পি অনুসৰি ভোটগণনা কেন্দ্ৰত উপস্থিত থাকিবলৈ সাজু হৈছে এজেণ্টসকল ।

লগতে পঢ়ক : উত্তৰ প্ৰদেশ চৰকাৰক সমালোচনা প্ৰিয়ংকা গান্ধীৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.