ETV Bharat / state

প্ৰধানমন্ত্ৰীৰ আত্মনিৰ্ভৰশীল ভাৰতৰ সপোনক বাস্তবায়িত কৰাৰ দিশে ৰঙিয়াবাসী

কামৰূপৰ ৰঙিয়াত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ আত্মনিৰ্ভৰশীল ভাৰতৰ আধাৰত আৰম্ভণি কৃষি বিপ্লৱৰ ৷ অসম চৰকাৰৰ জলসিঞ্চন বিভাগৰ মন্ত্ৰী ভৱেশ কলিতাৰ নেতৃত্বত যুৱকৰ এটা দলে এই কাৰ্যৰ আৰম্ভণি ঘটায় ৷ বহিঃৰাজ্যৰ পৰা ঘূৰি অহা যুৱকসকলক সংস্থাপন দিয়াৰ উদ্দেশ্যে এই বিপ্লৱৰ সূচনা কৰা হয় ৷

author img

By

Published : Jun 1, 2020, 1:54 PM IST

People of rangia welcome aatmanirbhar bharat mission of PM Modi kamrup etv bharat news
প্ৰধানমন্ত্ৰীৰ আত্মনিৰ্ভৰশীল ভাৰত আঁচনি

ৰঙিয়া,1 জুন: প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ আত্মনিৰ্ভৰশীল ভাৰতৰ আধাৰত ৰঙিয়াত আৰম্ভণি কৃষি বিপ্লৱৰ ৷ বছৰৰ প্ৰায় সকলো সময়তে ছন পৰি থকা মাটিত হালধি খেতি কৰি নিবনুৱা যুৱকক সংস্থাপিত কৰাৰ একপ্ৰকাৰৰ লক্ষ্য বান্ধি লৈছে স্বয়ং অসম চৰকাৰৰ মন্ত্ৰী ভৱেশ কলিতাই ৷ লক্​ ডাউনৰ বাবে বহিঃৰাজ্যৰ পৰা অসমলৈ ঘূৰি আহি কৰ্মহীন হোৱা ৰঙিয়াৰ বহু যুৱকক স্বাৱলম্বী কৰাৰ লক্ষ্যৰে জলসিঞ্চন মন্ত্ৰী গৰাকীয়ে এই বিশেষ উদ্যোগ গ্ৰহণ কৰে । পোনতে চাৰি বিঘা মাটিত হালধি খেতিৰ ব্যৱস্থা কৰি দিয়ে মন্ত্ৰী কলিতাই । মন্ত্ৰী গৰাকীয়ে নিজে পথাৰত কোৰ মাৰি যুৱকসকলক কৃষিকৰ্মত নিয়োজিত হোৱাৰ বাবে উৎসাহিত কৰে । ৰঙিয়াৰ জলজলিত ১৬ জন যুৱকক একত্ৰিত কৰি স্ব-নিৰ্ভৰশীল কৰাৰ লগতে প্ৰধানমন্ত্ৰী মোদীৰ আত্মনিৰ্ভৰশীল ভাৰতৰ সপোনক বাস্তবায়িত কৰাৰ বাবে কৃষি বিপ্লৱৰ আৰম্ভণি ঘটোৱা হৈছে ৰঙিয়াত ৷

প্ৰধানমন্ত্ৰীৰ আত্মনিৰ্ভৰশীল ভাৰত আঁচনি

লগতে চাওকঃ পুনৰ আৰম্ভ মাজুলী আৰু নিমাতি ঘাটৰ মাজৰ ফেৰীসেৱা

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.