ETV Bharat / state

ৰঙিয়াত কৰ্তব্যৰত নাৰ্ছৰ দেহত কোভিড-১৯ পজিটিভ

বুধবাৰে ৰঙিয়াত পুনৰ আন এগৰাকী ব্যক্তি কোভিড-১৯ ত আক্ৰান্ত হৈছে । আক্ৰান্ত ব‍্যক্তি গৰাকী হৈছে আই চি ইউত কৰ্তব্যৰত নাৰ্ছ লাৰিচা খিন্দাইত । ইতিমধ্যে নাৰ্ছ গৰাকীক মিৰ্জাৰ পতঞ্জলী কোভিড চিকিৎসালয়লৈ প্ৰেৰণ কৰা হয় ।

One new corona positive cases in Kamrup district Rangia

author img

By

Published : Jul 1, 2020, 4:29 PM IST

ৰঙিয়া, ১ জুলাই : বুধবাৰে ৰঙিয়াত পুনৰ আন এগৰাকী ব্যক্তি কোভিড-১৯ ত আক্ৰান্ত হৈছে । আক্ৰান্ত ব‍্যক্তি গৰাকী হৈছে আই চি ইউত কৰ্তব্যৰত নাৰ্ছ লাৰিচা খিন্দাইত।

One new corona positive cases in Kamrup district Rangia
ৰঙিয়াত কৰ্তব্যৰত নাৰ্ছৰ দেহত কোভিড-১৯ পজিটিভ

জানিব পৰা মতে, নাৰ্ছ গৰাকীৰ ২৪ জুনত স্বাব সংগ্ৰহ কৰা হৈছিল আৰু বুধবাৰে নাৰ্ছ গৰাকীৰ দেহত কোভিড-১৯ পজিটিভ ধৰা পৰে । ইয়াৰ পিচতে নাৰ্ছ গৰাকীক মিৰ্জাৰ পতঞ্জলী কোভিড চিকিৎসালয়লৈ প্ৰেৰণ কৰা হয় ।

উল্লেখ্যযোগ‍্য যে, নাৰ্ছ গৰাকীয়ে মংগলবাৰলৈকে চিকিৎসালয়খনত কৰ্তব্য পালন কৰি আছিল । ইতিমধ্যে, নাৰ্ছ গৰাকী কৰ'ণাত আক্ৰান্ত হোৱাৰ পিছতে আতংকিত হৈ পৰিছে চিকিৎসালয়খনত থকা ৰোগীসকল । নাৰ্ছ গৰাকীৰ সংস্পৰ্শত অহা চিকিৎসালয়খনৰ স্বাস্থ্য কৰ্মীৰ লগতে ৰোগীসকলৰ একাংশ যদি কোভিড-১৯ পজিটিভ ওলাই তেন্তে সমগ্ৰ ৰঙিয়াৰ বাবে চিন্তাৰ কাৰণ হৈ পৰিব ।

লগতে পঢ়ক : নিঃচিহ্ন হোৱাৰ পথত বাক্সাৰ এখন গাঁও

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.