ETV Bharat / state

আচলপাৰা কাণ্ডৰ আৰু এজন অভিযুক্ত গ্ৰেপ্তাৰ

author img

By

Published : Aug 14, 2019, 1:37 PM IST

ছয়গাঁৱৰ আচলপাৰা কাণ্ডৰ আৰু এজন অভিযুক্ত আৰক্ষীৰ জালত ৷ এতিয়ালৈকে আচলপাৰা কাণ্ডৰ লগত জড়িত মুঠ ১৩ জন লোকক গ্ৰেপ্তাৰ ৷

আচলপাৰা কাণ্ডৰ আৰু এজন অভিযুক্ত গ্ৰেপ্তাৰ

ছয়গাঁও ১৪ আগষ্ট :

  • ছয়গাঁৱৰ আচলপাৰা কাণ্ডৰ আৰু এজন অভিযুক্ত আৰক্ষীৰ জালত
  • এতিয়ালৈকে আচলপাৰা কাণ্ডৰ লগত জড়িত মুঠ ১৩ জন অভিযুক্তক গ্ৰেপ্তাৰ
  • ছয়গাঁও আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে কানহাৰা গাঁৱৰ নৌচাদ আলীক
  • ৭ জুনত বকোৰ নৃত্য শিল্পীৰ দলক নিৰ্যাতন চলোৱাৰ অভিযোগত গ্ৰেপ্তাৰ নৌচাদ আলী
  • নৃত্য শিল্পীৰ দলক নগ্ন নৃত্য কৰিবলৈ হেঁচা প্ৰয়োগ কৰিছিল একাংশ দুৰ্বৃত্তই
  • বিগত দুমাহ ধৰি পলাতক অৱস্থাত আছিল নৌচাদ আলী

Intro:ছয়গাঁৱৰ আচলপাৰা কাণ্ডৰ আৰু এজন অভিযুক্ত আৰক্ষীৰ জালত ৷ এই লৈ এতিয়ালৈকে আচলপাৰা কাণ্ডৰ লগত জড়িত মুঠ ১৩ জন লোকক গ্ৰেপ্তাৰ হয় ৷ Body:ছয়গাঁও ১৪ আগষ্ট : দক্ষিণ কামৰূপৰ ছয়গাঁও আচলপাৰা কাণ্ডৰ আকৌ মূল অভিযুক্ত এজনক গ্ৰেপ্তাৰ কৰে আৰক্ষীয়ে। ছয়গাঁও আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে কানহাৰা গাঁৱৰ নৌচাদ আলীক। ৭ জুনত বকোৰ নৃত্য শিল্পীৰ দলক নিৰ্যাতন চলোৱাৰ অভিযোগত গ্ৰেপ্তাৰ নৌচাদ আলীক। নগ্ন নৃত্য কৰিবলৈ হেঁচা প্ৰয়োগ কৰিছিল একাংশ দুৰ্বৃত্তই। ইতিমধ্যে ১২ জন লোকক গ্ৰেপ্তাৰ কৰিছে আৰক্ষীয়ে। এই লৈ এতিয়ালৈকে মুঠ ১৩ জন লোকক গ্ৰেপ্তাৰ কৰা হয় ৷বাকী আছে আন বহুকেইজন আৰক্ষীৰ জালত পৰিবলৈ। নৌচাদ আলীয়েও দুমাহ ধৰি পলাই আছিল। Conclusion:
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.