ETV Bharat / state

ভাগৱতীপাৰাত বোৱাৰীৰ ৰহস্যজনক আত্মহত্যা - বোৱাৰী

ভাগৱতীপাৰাত বোৱাৰীৰ আত্মহত্যা ৷ চিপ লৈ থকা অৱস্থাত উদ্ধাৰ হয় বোৱাৰী ৷ নিহত বোৱাৰীগৰাকীৰ নাম দুলুমণি দাস বুলি জানিব পৰা গৈছে ৷

ভাগৱতীপাৰাত বোৱাৰীৰ আত্মহত্যা
author img

By

Published : Aug 11, 2019, 3:53 AM IST

  • ভাগৱতীপাৰাত বোৱাৰীৰ আত্মহত্যা
  • চিপ লৈ থকা অৱস্থাত উদ্ধাৰ হয় বোৱাৰীগৰাকী
  • নিহত বোৱাৰীগৰাকীৰ নাম দুলুমণি দাস
  • স্বামীয়ে নিৰ্যাতন চলোৱাৰ অভিযোগ পৰিয়ালৰ
  • স্বামী ধনমণি দাসৰ বিৰুদ্ধে গোচৰ ৰুজু
  • ইতিমধ্যে মৃতদেহটো মৰোণত্তৰ পৰীক্ষাৰ বাবে প্ৰেৰণ কৰিছে আৰক্ষীয়ে
  • অধিক তথ্যৰ বাবে আৰক্ষীয়ে আৰম্ভ কৰিছে তদন্ত
    ভাগৱতীপাৰাত বোৱাৰীৰ আত্মহত্যা

  • ভাগৱতীপাৰাত বোৱাৰীৰ আত্মহত্যা
  • চিপ লৈ থকা অৱস্থাত উদ্ধাৰ হয় বোৱাৰীগৰাকী
  • নিহত বোৱাৰীগৰাকীৰ নাম দুলুমণি দাস
  • স্বামীয়ে নিৰ্যাতন চলোৱাৰ অভিযোগ পৰিয়ালৰ
  • স্বামী ধনমণি দাসৰ বিৰুদ্ধে গোচৰ ৰুজু
  • ইতিমধ্যে মৃতদেহটো মৰোণত্তৰ পৰীক্ষাৰ বাবে প্ৰেৰণ কৰিছে আৰক্ষীয়ে
  • অধিক তথ্যৰ বাবে আৰক্ষীয়ে আৰম্ভ কৰিছে তদন্ত
    ভাগৱতীপাৰাত বোৱাৰীৰ আত্মহত্যা
Intro:দক্ষিণ কামৰূপৰ ভাগৱতীপাৰাত স্বামীয়ে পত্নীক হত্যা কৰাৰ অভিযোগত সৃষ্টি হৈছে উত্তেজনাৰ । কৰায়ত্ত হল স্বামী ।Body:Vo...বোৱাৰী নিৰ্যাতনৰ ঘটনাই বিভিন্ন স্থানত বিৰূপ প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰি অহাৰ পিছত এইবাৰ তেনে এক অমানৱীয় ঘটনা সংঘটিত হল দক্ষিণ কামৰূপ পলাশবাৰী থানাৰ অন্তৰ্গত ভাগৱতীপাৰাত । প্ৰায় তিনি বছৰ আগতে ছয়গাৱ বালাসিদ্ধিৰ গাৱৰ মাতৃ নিলিমা দাসৰ জীয়ৰী দুলুমণি দাস ভাগৱতীপাৰাৰ ধনমণি দাসৰ লগত বিবাহ পাশত আবদ্ধ হৈছিল ।বিবাহৰ পিছৰে পৰা দুলুমণি দাসক শাৰীৰিক মানসিক অকথ্য নিৰ্যাতনৰ বলি হৈছে স্বামী ধনমণি দাসৰ পৰা । এই গুৰুত্বৰ অভিযোগ দুলুমনি দাসৰ পৰিয়ালৰ । শুক্ৰবাৰে নিশা দুলুমণি দাসৰ স্বামীৰ ঘৰত দুলুমণি দাসক চীপ লোৱা অৱস্থাত মৃতদেহ উদ্ধাৰ হৈছিল কিন্তু পৰিয়ালৰ লোকৰ অভিযোগ এয়া আত্মহত্যা নহয় পৰিকল্পিত হত্যা হে । ইতিমধ্যে মৃত দুলুমণি দাসৰ মাতৃয়ে পলাশবাৰী আৰক্ষী থানাত এখন এজাহাৰ দাখিল কৰাৰ পিছতে স্বামী ধনমণি দাসক গ্ৰেপ্তাৰ কৰে পলাশবাৰী আৰক্ষীয়ে ।

Bite...মাতৃ
Conclusion:ইতিমধ্যে মৃতদেহ মৰোণত্তৰ পৰীক্ষাৰ বাবে প্ৰেৰণ কৰিছে আৰক্ষীয়ে । প্ৰকৃততে স্বামীৰ অত্যাচাৰৰ বলি হৈ পত্নী দুলুমণি দাসে আত্মহত্যা কৰিলে নে স্বামী ধনমণি দাসে হত্যা কৰিলে সেয়া আৰক্ষীৰ তদন্তৰ পিছতে ওলায় পৰিব ।




দক্ষিণ কামৰূপ/আজাৰা পৰা অজয় দাস,etv bharat assam
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.