ETV Bharat / state

উত্তৰ গুৱাহাটীত নতুন ক’ভিড নীতি উলংঘা

author img

By

Published : May 16, 2021, 7:49 PM IST

ৰাজ্যৰ বিভিন্ন প্ৰান্তত ক’ভিড-19 ৰ চৰকাৰে জাৰি কৰা নতুন নীতি নিৰ্দেশনাসমূহ পালন কৰা দেখা গৈছে ৷ কিন্তু তাৰমাজতে উত্তৰ গুৱাহাটীত চৰকাৰে জাৰি কৰা ক’ভিডৰ নতুন নীতি উলংঘা কৰা দেখা গ’ল ৷ 11 বজাৰ বিপৰীতে 11.30 বজালৈকে খোলা থাকিল দোকান-পোহাৰ ৷

উত্তৰ গুৱাহাটীত নতুন ক’ভিড নীতি উলংঘা
উত্তৰ গুৱাহাটীত নতুন ক’ভিড নীতি উলংঘা

বাইহাটা, 16মে’: দেশত এতিয়া ক’ভিড-19 ভয়ংকৰ ৰূপ ধাৰণ কৰিছে ৷ সমান্তৰালভাৱে ৰাজ্যতো ক্ৰমাৎ জটিলতাৰ দিশে গতি কৰিছে ক’ভিড পৰিস্থিতি ৷ তাৰ মাজতে ৰাজ্য চৰকাৰে জাৰি কৰিছে কেতেবোৰ বিশেষ নীতি-নিয়ম ৷

ৰাজ্যৰ বিভিন্ন প্ৰান্তত ক’ভিড-19 ৰ চৰকাৰে জাৰি কৰা নতুন নীতি নিৰ্দেশনা সমূহ পালন কৰা দেখা গৈছে ৷ কিন্তু তাৰ মাজতে উত্তৰ গুৱাহাটীত চৰকাৰে জাৰি কৰা ক’ভিডৰ নতুন নীতি উলংঘা কৰা দেখা গ’ল ৷ 11 বজাৰ বিপৰীতে 11.30 বজালৈকে খোলা থাকিল দোকান-পোহাৰ ৷

উত্তৰ গুৱাহাটীত নতুন ক’ভিড নীতি উলংঘা

ভেটামুখৰ শতাধিক দোকানত গ্ৰাহকৰ ভিৰ দেখা গ’ল ক’ভিডৰ নতুন নীতি নিৰ্দেশনা ৰাজ্যত বলৱৎ হৈ থকাৰ সময়তে ৷ ইপিনে বজাৰলৈ অহা প্ৰায় সংখ্যক লোকৰ মুখত নাই মাস্ক, মনা নাই সামাজিক ব্যবধান ৷

অতি পৰিতাপৰ কথা যে, বজাৰ খনৰ কাষতে থকা গুৱাহাটী-গৌৰীপুৰ আৰক্ষী তথা আমিন গাঁও আৰক্ষীয়ে কোনো ধৰণৰ ব্যৱস্থা গ্ৰহণ নকৰাৰ অভিযোগ কৰিছে স্থানীয় সচেতন লোকে ৷ উল্লেখযোগ্য যে,উত্তৰ গুৱাহাটীত বৰ্তমানলৈকে ক’ভিড-19ত আক্ৰান্ত হৈ আঠ গৰাকী লোকে মৃত্যু হৈছে ৷

লগেত পঢ়কঃ মাজৰবাৰীত দমকলৰ পাইপত জ্বলিছে জুই

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.